উত্তৰঃ যেতিয়া লোৰ ৰড এটা কপাৰ ছালফেট দ্ৰৱণত ডুবাই ৰখা হয় তেতিয়া লোৰ পৃষ্ঠত তামৰ মুগা আৱৰণ সৃষ্টি হয়। দ্ৰৱণৰ ৰং নীলাৰ পৰা পাতল সেউজীয়ালৈ সলনি হয়। ই দেখুৱায় যে লো তামতকৈ অধিক প্ৰতিক্ৰিয়াশীল ই কুএছঅ’ ৰ পৰা তামৰ স্থান লয়।