জেনি বা জিনছ কি ?
বংশানুক্ৰমৰ প্ৰাথমিক গোট (Unti) । ই কেন্দ্ৰবিন্দু কোষটোক আগুৰি থকা সূক্ষ্ম সূতাৰ দৰে ক্ৰম জীৱবোৰৰ লগত থাকে ।
বংশানুক্ৰমৰ প্ৰাথমিক গোট (Unti) । ই কেন্দ্ৰবিন্দু কোষটোক আগুৰি থকা সূক্ষ্ম সূতাৰ দৰে ক্ৰম জীৱবোৰৰ লগত থাকে ।
সূৰ্যৰ সাতোটা ৰঙৰ বৰ্নচ্ছটাৰ তলত আন কিছুমান ৰশ্মি বিচ্ছুৰিত যি বোৰক আলট্ৰা ভাটোলেট ৰশ্মি কোৱা হয় ।
আলট্ৰা ভায়োলেট ৰশ্মি কাক কয় ? Read More »
চকুৰ সন্মুখত থকা স্বচ্ছ প্ৰত্যুংগ বা লেনছখন ডাৱৰীয়া ৰাখি স্পষ্টভাৱে দেখাত বাধাৰ সৃষ্টি কৰা ।
কেটেৰেক্ট কি বেমাৰ ? Read More »