বিদ্যুত । Chapter 12 | Class 10 General Science Question and Answer | Class 10 General Science Suggestion and Notes Assam | Class 10 General Science SEBA Question and Answer Assam | দ্বাদশ শ্ৰেণী প্ৰশ্ন আৰু উত্তৰ ।

অধ্যায় 12

বিদ্যুৎ

প্ৰশ্নাৱলীঃ

 1. এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা ?

উত্তৰঃ 

2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া।

উত্তৰঃ 

প্ৰশ্নাৱলীঃ

1. পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা।

উত্তৰঃ 

2. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 V বুলি ক’লে কি বুজায় ?

উত্তৰঃ 

3. 6 V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানক কিমান শক্তি দিয়া হয় ?

উত্তৰঃ 

প্ৰশ্নাৱলীঃ

1. পৰিৱাহী ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰঃ 

2. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোণডালত বেছি সহজে প্ৰৱাহ চলিত হয় ? আৰু কিয় ?

উত্তৰঃ 

3. ধৰা হওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিবৰ্তন হ’ব ?

উত্তৰঃ 

4. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয় ?

উত্তৰঃ

5. তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া-

(a) লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী ?

(b) কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিবাহী ?

উত্তৰঃ

প্ৰশ্নাৱলীঃ

1. প্ৰতিটোৰে 2 V কৈ তিনিটা কোষৰ এটা বেটেৰী, এটা 5 Ω ৰ ৰোধক, এটা 8 Ω ৰ ৰোধক, এটা 12 Ω ৰ ৰোধক আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাবে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকণ কৰা।

উত্তৰঃ

2. ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এমিটাৰ আৰু 12 Ω ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি 1 নং প্ৰশ্নত দিয়া বৰ্তনীটো পুনৰ অংকণ কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ’ব ?

উত্তৰঃ 

প্ৰশ্নাৱলী

2. 100 Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50 Ω ৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500 Ω ৰোধৰ এটা পানীৰ ফিল্টাৰ 220 V উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্রি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ’ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হ’ব ? 

উত্তৰঃ

3. এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয় ? 

উত্তৰঃ 

4. 2 Ω, 3 Ω আৰু 6 Ω ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ (a) 4 Ω আৰু (b) 1 Ω পোৱা যাব ?

উত্তৰঃ 

5. 5Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা (a) সর্বোচ্চ আৰু (b) সর্বনিম্ন মুঠ ৰোধৰ মান কিমান হ’ব ?

উত্তৰঃ 

প্ৰশ্নাৱলীঃ

1. বৈদ্যুতিক হিটাৰৰ তাপ উপাদনডাল (heating element) দীপ্ত হয়; কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কিয় ?

উত্তৰঃ

2. 9600 কুলম্ব আধান 1 ঘণ্টাত 50 V বিভৱভেদৰ মাজেৰে সঞ্চালিত হ’লে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা

উত্তৰঃ 

3. 20 Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 50 A প্ৰবাহ লয়। 30 ছেকেণ্ডতত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।

উত্তৰঃ 

প্ৰশ্নাৱলীঃ

1. এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে ?

উত্তৰঃ 

2. এটা বৈদ্যুতিক মটৰে  220 V লাইনৰ পৰা 5 A প্ৰৱাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা।

অনুশীলনীঃ

1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ সমতূল্য ৰোধ R’ হয়, তেতিয়া R/R’ অনুপাত হ’ব-

উত্তৰঃ d) 25 ।

2. তলৰ কোনটো ৰশ্মিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে ?

উত্তৰঃ 

3. এটা বৈদ্যুতিক বাব্লল 220 V আৰু 100 W চিহ্নিত কৰা আছে যেতিয়া 110 V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব-

(a) 100 W (b) 75 W (c) 50 W (d) 25 W

উত্তৰঃ

4. একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ’ল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টিত সৃষ্টি হোৱা তাপৰ অনুপাত-

(a) 1:2 (b) 2:1 (c) 1:4 (d) 4:1

5.  দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা ?

উত্তৰঃ

7. এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহ I ৰ মান  আৰু পাৰস্পৰিক বিভৱভেদ V ৰ মান তলত দিয়া হ’ল-

I (এম্পিয়াৰ) 0.5 1.0 2.0 3.0 4.0

V (ভল্ট) 1.6 3.4 6.7 10.2 13.2

V আৰু I ৰ মাজৰ লেখ এঅংকণ কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা।

উত্তৰঃ 

8. যেতিয়া এটা অজ্ঞাত ৰোধ 12 ৰ এটা বেটেৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 mA প্ৰবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা।

উত্তৰঃ

9. এটা 9 V বেটাৰীৰ লগত 0.2 Ω, 0.3 Ω, 0.4 Ω, 0.5 Ω আৰু 12 Ω, ৰোধক কেইটা শ্ৰেণীৱদ্ধভাৱে সংযোগ কৰা হৈছে। 12 Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে?
উত্তৰঃ

10. 176 Ω ৰ কিমানটা ৰোধক হ’লে 220 V ৰ লাইন এটাত 5 A প্ৰবাহ পোৱা যাব ?
উত্তৰঃ ইয়াত, V = 220 V, I = 5 A
11. প্ৰতিটো 6 Ω ৰোধৰ  তিনিটা  ৰোধক কেনেদৰে সংযোগ কৰিলে  সজ্জাটোৰ সমতুল্য ৰোধ (i) 9 Ω, আৰু (ii) 4 Ω হ’ব?

উত্তৰঃ

12.  বহুকেইটা বৈদ্যুতিক বাল্ব 220 V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সৰ্ব্বোচ্চ প্ৰবাহ 5A হয় কিমানটা বাল্ব সমান্তৰাল ভৱে 220 V লাইনৰ লগত সংযোগ কৰিব লাগিব ?

13. 220 V লাইনৰ লগত সংযোগ  কৰা এটা বাদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী  A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোদৰ মান  24 Ω, যিকেইটা পৃথকে শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্ৰত প্ৰবাহ কি হ’ব ?

উত্তৰঃ 

14. 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা (i) 1 Ω আৰু 2Ω ৰ দুটা ৰোধক 6 V ৰ বেটেৰী এটাৰ লগত শ্ৰেণীবদ্ধভাৱে, আৰু (ii) 12 Ω আৰু 2  Ω ৰ ৰোধক এটা 4V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।

উত্তৰঃ 

15. এটা 220 V ত 100 W চিহ্নিত আৰু অন্যটো 220 V ত 60 W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ 220 V হয়, কিমান প্রবাহ ই ল’ব।

উত্তৰঃ 

16. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250 W ৰ TV চেট 1 ঘণ্টা চলিলে বা এটা 1200W ৰ ৰুটিসেকা সঁজুলি 10 মিনিটত চলিলে ? 

উত্তৰঃ 

17. 8 Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা। 

উত্তৰঃ 

18. ব্যাখ্যা কৰাঃ 

(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয় ? 

উত্তৰঃ 

(b) বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰধাতু কিয় ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ 

(c) ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ 

(d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্রস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবর্তন হয় ? 

উত্তৰঃ 

(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ 

Jyotish Kakati (জ্যোতিষ কাকতি)

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop