🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

পৃথিৱীৰ ভূগোল । অধ্যায় ৩ । Class 10 Social Science Geography Chapter 3 Question And Answer Assam | SEBA Class 10 Social Science geography Lesson 3 Solution |

অনুশীলনী

১। পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

২। মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল ?

উত্তৰ

৩। মহাসাগৰৰ তলিভাগৰ ভূ – অৱয়ব সম্পর্কে চমুকৈ লিখা ।

উত্তৰঃ

৪। মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পর্কে চমুকৈ লিখা ।

উত্তৰঃ

৫। পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ – অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

৬। এছিয়া মহাদেশৰ প্রাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলােচনা কৰা ।

উত্তৰঃ

৭। কাৰণ দৰ্শাই উত্তৰ লিখা ?

(ক) পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৯০ শতাংশই উত্তৰ গােলার্ধত থুপ খাই আছে কিয় ?

উত্তৰঃ

(খ) এন্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয় ?

উত্তৰঃ

৮। তলৰ প্রশ্নবােৰৰ চমু উত্তৰ দিয়া ।

(ক) এছিয়া আৰু ইউৰােপ মহাদেশৰ মাজত থকা প্রাকৃতিক সীমা কিহে সৃষ্টি কৰিছে ?

উত্তৰঃ

(খ) পৃথিৱীৰ দীর্ঘতম পর্বতমালা কোনটো আৰু ক’ত অৱস্থিত ?

উত্তৰঃ

(গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম মহাদেশৰ নাম লিখা ।

উত্তৰঃ

(ঘ) পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত ?

উত্তৰঃ

(ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশৰ নাম লিখা ।

উত্তৰঃ

(চ) উত্তৰ আমেৰিকা মহাদেশৰ প্রধান পর্বত শ্ৰেণীটোৰ নাম কি ? ই মহাদেশৰ কোন অংশত অৱস্থিত ?

উত্তৰঃ

(ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত ?

উত্তৰঃ

(জ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্রবাহিত নদীৰ নাম লিখা ।

উত্তৰঃ

(ঝ) অষ্ট্রেলিয়াৰ একোখনকৈ প্রধান পর্বতশ্রেণী , নদী আৰু মৰুভূমিৰ নাম লিখা ।

উত্তৰঃ

(ঞ) ইউৰােপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।

উত্তৰঃ

৯। চমুটোকা লিখা ?

(ক) পেঞ্জিয়া

উত্তৰঃ

(খ) উত্তৰ মহাসাগৰ

উত্তৰঃ

(গ) ওছেনিয়া মহাদেশ

উত্তৰঃ

(ঘ) এছিয়া মহাদেশৰ নদ – নদী

উত্তৰঃ

(ঙ) আফ্রিকা মহাদেশৰ হ্রদসমূহ

উত্তৰঃ

(চ) ইউৰােপ মহাদেশৰ নদ – নদী

উত্তৰঃ

(ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চল

উত্তৰঃ

(জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্রদসমূহ

উত্তৰঃ

১০। পার্থক্য লিখা ?

(ক) মহীসােপান আৰু মহীঢাল

উত্তৰঃ

(খ) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ

উত্তৰঃ

(গ) ওছেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশ

উত্তৰঃ

(ঘ) গােবি মরুভূমি আৰু আটাকামা মরুভূমি

উত্তৰঃ

১১। শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন ?

(১) প্রশান্ত মহাসাগৰ (২) ভাৰত মহাসাগৰ
(৩) আটলান্টিক মহাসাগৰ (৪) দক্ষিণ মহাসাগৰ

(খ) পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন ?

(১) উত্তৰ আমেৰিকা মহাদেশ (২) ইউৰােপ মহাদেশ

(৩) এন্টার্কটিকা মহাদেশ (৪) ওছেনিয়া মহাদেশ

(গ) ফলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ?

(১) আটলান্টিক মহাসাগৰ (২) উত্তৰ মহাসাগৰ

(৩) প্রশান্ত মহাসাগৰ (৪) ভাৰত মহাসাগৰ

(ঘ) এছিয়া আৰু আফ্রিকা মহাদেশ কোনখন সাগৰে পৃথক কৰিছে ?

(১) ভূমধ্য সাগৰ (২) লােহিত সাগৰ

(৩) কাস্পিয়ান সাগৰ (৪) আৰব সাগৰ

(ঙ) এছিয়া আৰু ইউৰােপ মহাদেশ প্রাকৃতিকভাৱে কিহে পৃথক কৰিছে ?

(১) ইউৰাল পর্বতমালা (২) ককোচ পর্বত

(৩) কাস্পিয়ান সাগৰ (৪) ভদ্মা নদী

(চ) ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত ?

(১) উত্তৰ আমেৰিকা (২) দক্ষিণ আমেৰিকা

(৪) এছিয়া (৩) আফ্রিকা

(ছ) ব্রাজিলৰ ৰাজধানী কি ?

(১) ৰিও ডি জেনেইৰাে (২) চাও পাওলাে

(৩) ব্রাচিলিয়া (৪) লিমা

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop