আহাৰৰ প্ৰয়োজনীয়তা ।অধ্যায় ৭।Class 5 Environment Lesson Question and Answer Assam | SCERT Class 5 Environment Chapter 7 Solution |পঞ্চম মান শ্ৰেণীৰ পৰিৱেশৰ অধ্যায় ৭ আহাৰৰ প্ৰয়োজনীয়তা নামৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ।

পাঠ-সাত

আহাৰৰ প্ৰয়োজনীয়তা

অনুশীলনী

১) চমুকৈ উত্তৰ লিথাঁ-

ক)আমাক কিয় আহাৰৰ প্ৰয়োজন হয় ?

উত্তৰঃ-

খ) খাদ্যত থকা উপাদানবোৰ কি কি ?

উত্তৰঃ-

গ) শৰ্কৰা,প্ৰটিন আৰু চৰ্বিজাতীয় আহাৰৰ দুটাকৈ নাম উল্লেখ কৰা ।

উত্তৰঃ-

ঘ) সুষম আাহাৰ বুলিলে কি বুজা ?সুষম আমাক কিয় প্ৰয়োজন ?

উত্তৰঃ-

ঙ) আমি কিয় যথেষ্ট পৰিমানে পানী খাব লাগে ?

উত্তৰঃ-

২) খালী ঠাই পূৰ কৰা-

ক) জীয়াই থাকিবৰ বাবে ______________প্ৰয়োজন।

খ) আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হ’ল- ____________|

গ) সেউজীয়া শাক-পাছলি আৰু ফল-মূলত ___________আৰু ___________ থাকে।

ঘ)প্ৰয়োজনীয় পৰিমানত সকলোবোৰ উপাদন থকা খাদ্যক ___________ আহাৰ বোলে।

ঙ)ভিটামিন ___________ ৰ অভাৱত চকুৰ দৃষ্টি শক্তি কমে।

৩) ক অংশৰ লগত খ অংশ মিলোৱা-

আমাৰ শৰীৰত শক্তি দিয়া উপাদানবিধ হল
শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ দ্ৰব্য বিধ হল
তেজৰ গঠনত সহায় কৰা খনিজ দ্ৰব্য বিধ হল
আয়ডিনৰ অভাৱত হোৱা বেমাৰ বিধ হ’ ল
কেলচিয়াম
লো
গৰল
শৰ্কৰা

৪) শুদ্ধ উত্তৰটো বিছাৰি উলিওৱা-

ক) আমাক শৰীৰত বেমাৰৰ পৰা ৰক্ষা কৰা উপাদাবোৰ হ’ল-

গাখীৰ আৰু দৈ /চৰ্বি আৰু প্ৰটিন/ভিটামিন আৰু খনিজ দ্ৰব্য।

খ) দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদনৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়-

বেৰিবেৰি/কুকুৰীকণা/অভাৱজনিত ৰোগ

গ) ভিটামিন C অধিক পৰিমানে থকা খাদ্য হ’ল-

গাখীৰ/আমলখি/ছয়াবিন।

ঘ)আমাৰ শৰীৰৰ পৰা অলাগতিয়ান পৰ্দাথবোৰ বাহিৰ কৰাত সহায় কৰা খাদ্যবিধ হ’ল-

গাখীৰ/পানী/শাক-পাচলি।

Type – Arup Koch

0
    0
    Your Cart
    Your cart is emptyReturn to Shop