🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

পৰিৱেশ প্ৰদূষণ।অধ্যায় ১০।Class 5 Environment Lesson 10 Question and Answer Assam | SCERT Class 5 Environment Chapter 10 Solution |পঞ্চম মান শ্ৰেণীৰ পৰিৱেশৰ অধ্যায় ১২ পৰিৱেশ প্ৰদূষণ নামৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ।

পৰিৱেশ প্ৰদূষণ

১। উত্তৰ লিখা-

(ক) প্ৰদূষণ কাক বোলে?

উত্তৰঃ

(খ) দুবিধ জৈৱিক সাৰৰ নাম লিখা।

উত্তৰঃ

(গ) মাটিৰ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ এটা উপায় উল্লেখ কৰা।

উত্তৰঃ

২। খালী ঠাই পূৰ কৰা-

(ক) ৰাসায়নিক সাৰৰ পৰিবৰ্তে __________ ব্যৱহাৰ কৰি মাটিৰ প্ৰদূষণ ৰোধ কৰিব পাৰি।

(খ) __________ এবিধ উৎকৃষ্ট জৈৱিক সাৰ।

(গ) ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ __________ গেছ বাঢ়ি যায়।

(ঘ) গছৰ পাতে বায়ুত থকা __________ গেছ ধৰি ৰাখি বায়ুৰ প্ৰদূষণ কমায়।

ঙ) বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছ বেছি হ’লে প্ৰাণীৰ বিস্তৰ ক্ষতি সাধন হয়।

৩। অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা-

(ক) কাঠ,কয়লা আদি ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড গেছৰ প্ৰয়োজন হয়।

(খ) বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে য’তে ত’তে আৱৰ্জনা পেলাব লাগে।

গ) পুনৰাবৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি।

(ঘ) জৈৱিক সাৰৰ পৰিবৰ্তে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি।

(ঙ) দূষিত পানী খালে কলেৰা, টাইফয়েদ আদি ৰোগ হয়।

৪। পুনৰাবৰ্তন বুলিলে কি বুজা?

উত্তৰঃ

৫। মাটিৰ গুণাগুণ কিয় নষ্ট হয় তাৰ কাৰণবোৰ লিখা।

উত্তৰঃ 

৬। পানী প্ৰদূষণ কিদৰে ৰোধ কৰিব পাৰি?

উত্তৰঃ 

। বায়ু প্ৰদূষিত হোৱাৰ চাৰিটা কাৰণ লিখা।

উত্তৰঃ 

৮। প্ৰাকৃতিক পদ্ধতিৰে কিদৰে শস্য অনিষ্টকাৰী কীট-পতংগ নাশ কৰিব পাৰি?

উত্তৰঃ-

৯। উদ্যোগৰ পৰা ধোৱা ওলোৱা চিমনিবোৰ ওখকৈ কিয় সাজিব লাগে?

উত্তৰঃ

১০) চমুকৈ লিখা-

ক) পচন সাৰ খ) জৈৱ গেছ গ) প্ৰদূষন

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop