চিঠি | Class 12 Assamese Lesson 6 Question and Answer | Higher Secondary 2nd Year Assamese Chapter 6 Solution | HS 2nd Year Lesson 6 Important Answer | দ্বাদশ শ্ৰেণীৰ অসমীয়া অধ্যায় ৬ চিঠি পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

চিঠি

(ক) অতি চমু প্ৰশ্ন :

১। ‘চিঠি’ গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?

উত্তৰঃ 

২।শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?

উত্তৰঃ 

৩। কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল?

উত্তৰঃ 

৪। প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?

উত্তৰঃ 

৫। ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল?

উত্তৰঃ 

(খ)চমু প্ৰশ্ন:

১। ‘চিঠি’ গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে ?

উত্তৰঃ 

২। শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা।

উত্তৰঃ 

৩। ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল?

উত্তৰঃ 

৪। কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান ?

উত্তৰঃ

৫। বর্তমান সময়ত চিঠিৰ প্রাসঙ্গিকতা কিয় কমি গ’ল?

 উত্তৰঃ

Jyotish kakati জ্যোতিষ কাকতি

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop