1 ‘নিয়ৰ’ কবিতাটিৰ কবিজনাৰ নাম উল্লেখ কৰি প্ৰথম দহশাৰী মুখস্থ লিখা।

উত্তৰঃ-

নিয়ৰ

মুকুতা মনিটি পাহিত জিলিকে

ফটিক পানীত ধোৱা,

নিশাৰ তৰা এটি সৰিয়েহে আছে

সৰগত টোপনি যোৱা।

নিজম আকাশৰ নিচুক কথাটি

হিয়াত থৈছে সাঁচি,

কোন কাহিনিৰ সপোন দেখিছে

কোনে হাঁহিছিল নাচি।

ফুলনিত কোনে নিশা নাচিছিল

ছিগি ৰৈ গল মণি,

ৰঙ্গিলীৰ ভাব হাঁহি নাচোনৰ

কবি-চন্দ্ৰকুমাৰ আগৰৱালা

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping