কিহৰ বৰ্ণনামতে কাশ্মীৰৰ ৰজা মেঘ বাহনে কামৰূপৰ ৰজা বল বৰ্মণৰ কন্যা অমৃত প্ৰভাক বিবাহ কৰাইছিল? উত্তৰঃ- ৰাজতৰঙ্গিনীৰ বৰ্ণনামতে কাশ্মীৰৰ ৰজা মেঘ বাহনে কামৰূপৰ ৰজা বল বৰ্মণৰ কন্যা অমৃত প্ৰভাৱ বিবাহ কৰাইছিল। Post Views: 94