(চ) পূৱ আৰু পশ্চিম প্ৰান্তৰ দ্ৰাঘিমাৰেখাৰ মানৰ অন্তৰ প্ৰায় কিমান ডিগ্ৰী? Posted on 17/01/2022 | Posted on Puspa Kakati উত্তৰঃ পূৱ আৰু পশ্চিম প্ৰান্তৰ দ্ৰাঘিমাৰেখাৰ মানৰ অন্তৰ প্ৰায় ৩০ ডিগ্ৰী। Post Views: 137