আঘোণৰ কুঁৱলী | Chapter 6 | Class 12 Assamese Lesson 6 Unit 2 Question and Answer | HS 2nd Year Assamese Lesson 6 Unit 2 Solution | Higher Secondary 2nd Year Assamese Unit 2 Chapter 6 Common Answer |

আঘোণৰ কুঁৱলী

(ক) অতি চমু প্ৰশ্নঃ

১। কবি কেশৱ মহন্তই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ 

২। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা।

উত্তৰঃ

৩। ‘পছোৱা’ আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল?

উত্তৰঃ 

৪। কেশৱ মহন্তই কোনখন আলোচনীত প্রথমতে কবি হিচাপে  আত্মপ্রকাশ কৰিছিল ?

উত্তৰঃ 

৫। ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত উল্লেখ থকা ‘সেউতী’ কোন?

উত্তৰঃ

(খ)চমু প্ৰশ্নঃ

১। ‘জয়ন্তী’ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ‘

২। অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগাৱা তিনিখন আলোচনীৰ নাম লিখা।

উত্তৰঃ 

৩। কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ 

৪। ‘আঘোণৰ পথাৰত কাম আৰু কাম।’- কবিয়ে আঘোণৰ পথাৰত থকা কি ‘কাম’ৰ বিষয়ে ইংগিত কৰিছে ?

উত্তৰঃ 

৫। ‘উৰুলি’ আৰু ‘ৰাগি’ শব্দ দুটাৰ অৰ্থ লিখা।

উত্তৰঃ 

(গ) দীঘল প্ৰশ্নঃ

১। আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা।

উত্তৰঃ

২। আঘোণৰ পথাৰৰ মন পৰশা চিত্র ‘আঘোণৰ কুঁৱলী’ত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।

উত্তৰঃ

৩। ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা।

উত্তৰঃ       

৪। ‘আঘোণৰ কুঁৱলী’ত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ 

৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

(ক) আঘোণৰ পথাৰত দাৱনীৰ কাম আছে

মুঠি মুঠি কাচি  ডাঙৰি ডাঙৰি,

কাম আছে,

আঘোণৰ পথাৰত কাম আৰু কাম ।

উত্তৰঃ 

(খ) আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে,

ৰাগি আছে,

আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।

উত্তৰঃ 

(গ) আঘোণৰ কুঁৱলীত ধাননি লুকালে

আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে

আঘোণৰ কুঁৱলীতে সেউতী হেৰালে

ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল…..

উত্তৰঃ 

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping