উত্তৰঃ ১৯৯২ চনত ইথিওপিয়াৰ আৱাচ নদী উপত্যকা অঞ্চলৰ আফাৰ নিম্ন ভূমিত আমেৰিকান জীৱাশ্মবিদ টিম হোৱাইট আৰু তেওঁৰ দলটোৱে প্ৰমবাৰৰ বাবে ১৭ টুকুৰা আৰ্দিপিথেকাছ ৰামিদাচৰ জীৱাশ্ম উদ্ধাৰ কৰে ।