খোনামুখি ফলিত কি শব্দৰ প্ৰয়োগে প্ৰমাণ কৰে যে পৰৱৰ্তী বুদ্ধ ধৰ্মৰ প্ৰভাৱ কামৰূপত পৰিছিল? উত্তৰঃ- খোনামুখি ফলিত ‘শাক্য’ শব্দৰ প্ৰয়োগে প্ৰমাণ কৰে যে পৰৱৰ্তী বুদ্ধ ধৰ্মৰ প্ৰভাৱ কামৰূপত পৰিছিল। Post Views: 94