গোৱালপাৰাত থকা শক্তিপীঠবোৰ কি কি আছিল? Posted on 29/01/2022 | Posted on Puspa Kakati উত্তৰঃ- গোৱালপাৰাত থকা শক্তিপীঠবোৰ আছিল আলোকজাৰি মহামায়া, তুক্ৰেশ্বৰী, কামাখ্যা, জয়ভূই কামাখ্যা আৰু মানকাচাৰ কামাখ্যা। Post Views: 98