বৈষ্ণৱবাদ বুলিলে কি বুজা? উত্তৰঃ- বিষ্ণুকে একমাত্ৰ শ্ৰেষ্ঠ দেৱতা বুলি স্বীকাৰ কৰি পৰম ভক্তি সহকাৰে পূজা কৰা প্ৰথাকে বৈষ্ণৱবাদ বুলি কোৱা হয়। Post Views: 199