🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

ভক্তি-চুফী ঐতিহ্য-পৰম্পৰা | Class 12 History Lesson 6 Question and Answer Assam | Higher Secondary 2nd Year History Chapter 6 Common Answer | Class 12 History Chapter 6 Solution | HS 2nd Year History Lesson 6 Notes and Suggestion |

ভক্তি-চুফী ঐতিহ্য-পৰম্পৰা

১০০ ১৫০ শব্দৰ ভিতৰত উত্তৰ দিয়া 

১ . ‘ধর্মীয় ক্রিয়াকাণ্ডৰ একত্রীকৰণ’ এই বাক্যটোৰ দ্বাৰা ঐতিহাসিকসকলে কি বুজাইছে, উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

উত্তৰঃ-

২. উপ-মহাদেশখনৰ মছজিদসমূহৰ স্থাপত্যই কিমান দূৰ বিশ্বজনীন আৰু স্থানীয় পৰম্পৰাৰ সংযােজন প্রতিফলন কৰিছে বুলি তুমি ভাবা? 

উত্তৰঃ-

৩. বি-ছেৰিয়া ( Bi – Sharia ) আৰু বা – ছেৰিয়া ( Ba – Sharia ) ছুফী পৰম্পৰাৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ কি কি?

উত্তৰঃ-

৪.  আলােৱাৰ, নয়ানাৰ আৰু বীৰ শৈৱসকলে কিধৰণে বর্ণ পদ্ধতিক প্রকাশ্যে সমালােচনা কৰিছিল আলােচনা কৰা।

উত্তৰঃ-

৫. কবীৰ নাইবা বাবা গুৰু নানকৰ মূল শিকনিসমূহৰ আভাস দি এইবােৰ কি উপায়েৰে সংচাৰিত কৰা হৈছিল বর্ণনা দিয়া।

উত্তৰঃ-

 ২৫০-৩০০ শব্দৰ ভিতৰত একোখন চমু ৰচনা লিখা 

৬. যিবােৰ প্রধান বিশ্বাস আৰু চর্চাই ছুফীবাদৰ চৰিত্রাঙ্কন কৰিছে তাৰ ওপৰত এটি আলােচনা আগবঢ়োৱা।

উত্তৰঃ-

৭.  কি কাৰণবশতঃ আৰু কিদৰে শাসকসকলে নয়ানাৰ আৰু ছুফীসকলৰ সৈতে সম্বন্ধ স্থাপন কৰিবলৈ চেষ্টা কৰিছিল পৰীক্ষা কৰা। 

উত্তৰঃ-

৮. ভক্তিবাদ আৰু ছুফী পৰম্পৰাৰ চিন্তাবিদসকলে তেওঁলােকৰ মতবাদ প্রচাৰৰ বাবে বহু ভাষাৰ আশ্রয় লােৱাৰ কাৰণ কি? দৃষ্টান্তসহকাৰে বিশ্লেষণ কৰা।

 ৯. এই অধ্যায়ত পৰিবেশিত যিকোনাে পাঁচটা উৎস অধ্যয়ন কৰি সেইসমূহৰ যােগেদি প্রকাশিত সামাজিক আৰু ধর্মীয় ধাৰণাসমূহ আলােচনা কৰা। 

উত্তৰঃ-

মানচিত্র কাম 

১০. ভাৰতৰ মানচিত্রৰ বহিঃসীমা অঙ্কন কৰি ইয়াৰ ভিতৰত তিনিটা ছুফী মছজিদ আৰু বিষ্ণু, শিৱ আৰু দেৱী প্রত্যেকৰে একোটাকৈ মন্দিৰৰ সৈতে জড়িত তিনিখন ঠাই সন্নিৱিষ্ট কৰা।

উত্তৰঃ-

 প্রকল্পৰ কাম ( যিকোনাে এটা ) 

১১. এই অধ্যায়ত উল্লেখিত যিকোনাে দুজন ধর্মীয় শিক্ষক / চিন্তাবিদ / সন্ত পচন্দ কৰি তেওঁলােকৰ জীৱন আৰু শিকনিসমূহ সম্বন্ধে আৰু অধিক তথ্য যােগাৰ কৰা । তেওঁলােকে বাস কৰা এলেকা, বসবাসৰ কাল, তেওঁলােকৰ মূল ধাৰণা, আমি কিদৰে তেওঁলােকক জানাে আৰু কি কাৰণে তুমি তেওঁলােকক মান্যতা দিয়াৰ বাবে উপযুক্ত বুলি বিবেচনা কৰিছা— এই আটাইবােৰ তথ্যসহকাৰে এটি ৰিপৰ্ট প্রস্তুত কৰা। 

উত্তৰঃ-

১২. এই অধ্যায়ত উল্লেখিত মন্দিৰ – মছজিদসমূহত তীর্থ ভ্ৰমণৰ কালত গ্রহণ কৰিবলগীয়া ৰীতিনীতিসমূহ বাছি উলিওৱা। এতিয়াও এনেধৰণৰ তীর্থযাত্রা প্রচলন আছেনে? কোন কোন সময়ত এনে মন্দিৰ – মছজিদ তীর্থ কৰা হয়? কোনে এনেধৰণে তীর্থ ভ্রমণ কৰে? তােমালােকে এনে ভ্রমণ কৰাৰ কাৰণ কি? এনে তীর্থ ভ্ৰমণৰ সৈতে জড়িত ক্রিয়া কর্মসমূহ কি কি?

উত্তৰঃ-

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop