সংবিধান সংকলন এক নতুন যুগৰ সূচনা
১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ দিয়া
1. উদ্দেশ্যমূলক প্রস্তাৱত কোনবিলাক আদর্শ গ্রহণ কৰা হৈছিল?
উত্তৰঃ-
2. বিভিন্ন দলসমূহে সংখ্যালঘু শব্দটোৰ সংজ্ঞা কি বুলি দিছিল?
উত্তৰঃ-
3. প্রদেশবিলাকত অধিক ক্ষমতা প্রদান সম্পর্কে যুক্তিবােৰ কি কি আছিল?
উত্তৰঃ-
4. মহাত্মা গান্ধীয়ে হিন্দুস্থানী ভাষাটো কিয় জাতীয় ভাষা হিচাহে গণ্য কৰিছিল?
উত্তৰঃ-
তলত দিয়া প্রশ্নবােৰৰ ২৫০-৩০০ শব্দৰ ভিতৰত চমু ৰচনা লিখা
5. কোনবিলাক ঐতিহাসিক উপাদানে সংবিধানত আলােকপাত কৰিছিল?
উত্তৰঃ-
6. নিস্পেষিতসকলক নিৰাপত্তা দিবৰ কাৰণে অৱতাৰণা কৰা বেলেগে বেলেগ যুক্তিবােৰ আলােচনা কৰা।
উত্তৰঃ-
7. সংবিধান সভাৰ কিছুমান সদস্যই সেইসময়ৰ ৰাজনৈতিক পৰিস্থিতি আৰু এখন শক্তিশালী কেন্দ্ৰৰ আৱশ্যকতাৰ মাজত কি সংযােগ কৰিছিল?
উত্তৰঃ-
8. সাংবিধানিক সভাই কেনেদৰে ভাষা বিবাদ সমাধান কৰিব খুজিছিল?
উত্তৰঃ-
মানচিত্রৰ কাম
9. বৰ্ত্তমান ভাৰতৰ এখন ৰাজনৈতিক মেপত, প্রতিখন ৰাজ্যৰ কথিত ভাষাসমূহ উল্লেখ কৰা আৰু তাৰ ভিতৰৰ চৰকাৰী যােগাযােগৰ ভাষা এটাত চিন দিয়া । বৰ্তমানৰ মেপ আৰু ১৯৫০ দশকৰ আৰম্ভণিৰ মেপৰ তুলনা কৰা । কি কি পার্থক্য দেখা পাইছা? পার্থক্যসমূহে ভাষা আৰু ৰাজ্য গঠনৰ সম্বন্ধটোৰ বিষয়ে কিবা আভাষ দিছে নেকি?
প্রকল্প ( যিকোনাে এটা বাছি লােৱা )
11. শেহতীয়া বছৰকেইটাত সংবিধানত পৰিৱৰ্ত্তন হােৱা যিকোনাে এটা পৰিৱৰ্ত্তন বাছি লােৱা । কি কাৰণবশতঃ পৰিৱৰ্ত্তর্নটো কাৰ হৈছিল , এই পৰিৱৰ্তনক ভিত্তি কৰি কেনেধৰণৰ বেলেগ বেলেগ বাদানুবাদৰ সৃষ্টি হৈছিল আৰু ইয়াৰ আৰত ঐতিহাসিক পটভূমি কি আছিল ? এইবিলাকৰ বিষয়ে যদি তুমি পাৰা , তেনেহ’লে সেই সময়ত পার্লামেন্টত হােৱা বিতর্কিত আলােচনা ইণ্টাৰনেটৰ যােগেদি ( http / parliament of indis.nic.in/Is/debates/debates.htm ) চোৱা। যি পালা লিখা।
উত্তৰঃ-
12. তলত উল্লেখ কৰা বিষয়সমূহৰ যিকোনাে দুটা বিষয়ৰ ওপৰত ভাৰতৰ সংবিধানখনৰ লগত আমেৰিকা, ফ্রান্স বা দক্ষিণ আফ্রিকাৰ সংবিধানৰ তুলনা কৰা । ধর্মনিৰপেক্ষতা , সংখ্যালঘুসকলৰ অধিকাৰ, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সম্বন্ধ । সেই পার্থক্য আৰু মিলসমূহৰ লগত সেই অঞ্চলৰ বুৰঞ্জীৰ লগত কেনে সম্পর্ক আছে বিচাৰি উলিওৱা।
উত্তৰঃ-