সাঁচীপাত কাক বোলে? উত্তৰঃ- অগৰু গছ আৰু অন্যান্য গছৰ বাকলিৰ পৰা প্ৰস্তুত কৰি লিখাৰ উপযোগী কৰি তোলা পাতকে সাঁচীপাত বোলা হয়। Post Views: 206