হ’ম’ হাইডেলবাৰ্গেনছিছ্বোৰ কি আছিল ?
উত্তৰঃ হ’ম’ হাইডেলবাৰ্গেনছিছ্বোৰ আছিল চিকাৰী আৰু সংগ্ৰাহক ।
হ’ম’ হাইডেলবাৰ্গেনছিছ্বোৰ কি আছিল ? Read More »
উত্তৰঃ হ’ম’ হাইডেলবাৰ্গেনছিছ্বোৰ আছিল চিকাৰী আৰু সংগ্ৰাহক ।
হ’ম’ হাইডেলবাৰ্গেনছিছ্বোৰ কি আছিল ? Read More »
উত্তৰ- বৰ্তমান কামাখ্যা দেৱীৰ মন্দিৰটো কোঁচ ৰজা নৰনাৰায়ণৰ অজ্ঞাতে তেওঁৰ ভাতৃ চিলাৰায়ে নিৰ্মাণ কৰিছিল।
বৰ্তমানৰ কামাখ্যা দেৱীৰ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল? Read More »
উত্তৰঃ সকলোতকৈ পুৰণা জীৱাশ্মটো নাম হ’ল হ’ম’ হাইডেলবাৰ্গেনছিছ্’ আৰু ইয়াক পূব আফ্ৰিকাৰ ইথিওপিয়াত পোৱা গৈছিল ।
সকলোতকৈ পুৰণা জীৱাশ্মটো নাম কি আৰু ইয়াক ক’ত পোৱা গৈছিল ? Read More »
উত্তৰ- ১৯৭৭ চনৰ মে’ মাহত তেজপুৰৰ ওচৰৰ ধূলাপাডপং চাহ বাগিচাত কিছুমান প্ৰাচীন যুগৰ তামৰ মুদ্ৰা উদ্ধাৰ হয়।
১৯৭৭ চনৰ মে’ মাহত কত কিছুমান প্ৰাচীন যুগৰ তামৰ মুদ্ৰা উদ্ধাৰ হয়? Read More »