🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

January 2022

ভোজবৰ্মনৰ বেলাভ দানপত্ৰত কাৰ কথা উল্লেখ আছে?

উত্তৰ- ভোজবৰ্মনৰ বেলাভ দানপত্ৰত জাতবৰ্মন আৰু কামৰূপৰ এজন ৰজাৰ মাজত হোৱা ভুল বুজাবুজিৰ কথা উল্লেখ আছে।

ভোজবৰ্মনৰ বেলাভ দানপত্ৰত কাৰ কথা উল্লেখ আছে? Read More »

এতিয়ালৈকে উদ্ধাৰ হোৱা সকলোতকৈ পুৰণি জীৱাশ্মটো নাম কি ?

উত্তৰঃ এতিয়ালৈকে উদ্ধাৰ হোৱা সকলোতকৈ পুৰণি জীৱাশ্মটো নাম হ’ল ‘হ’ম’ ইৰেকটাচ’ৰ ।

এতিয়ালৈকে উদ্ধাৰ হোৱা সকলোতকৈ পুৰণি জীৱাশ্মটো নাম কি ? Read More »

গৌড় শাসনকৰ্ত্তা নাৰায়ণপালৰ ভাগলপুৰ দানপত্ৰত কাৰ বিষয়ে জনা যায়?

উত্তৰ- গৌড় শাসনকৰ্ত্তা নাৰায়ণপালৰ ভাগলপুৰ দানপত্ৰত দেৱপালৰ ৰাজত্বকালত প্ৰাগজ্যোতিষ, গৌড় আৰু উৰিষ্যাৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ বিষয়ে জনা যায়।

গৌড় শাসনকৰ্ত্তা নাৰায়ণপালৰ ভাগলপুৰ দানপত্ৰত কাৰ বিষয়ে জনা যায়? Read More »

কাৰ লিপিত শ্ৰীহৰ্ষ বা হৰ্ষদেৱ আৰু পশ্চিম চালুক্য ৰজা কীৰ্ত্তি বৰ্মনৰ মাজৰ অৰিয়াঅৰিৰ বিষয়ে পোৱা যায়?

উত্তৰ- ৰাষ্ট্ৰকুট ৰজা দন্তিদুৰ্গৰ চমনগড় লিপিত শ্ৰীহৰ্ষ বা হৰ্ষদেৱ আৰু পশ্চিম চালুক্য ৰজা কীৰ্ত্তি বৰ্মনৰ মাজৰ অৰিয়াঅৰিৰ বিষয়ে পোৱা যায়

কাৰ লিপিত শ্ৰীহৰ্ষ বা হৰ্ষদেৱ আৰু পশ্চিম চালুক্য ৰজা কীৰ্ত্তি বৰ্মনৰ মাজৰ অৰিয়াঅৰিৰ বিষয়ে পোৱা যায়? Read More »

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop