🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

January 2022

নেপালৰ ৰজা দ্বিতীয় জয়দেৱৰ পশুপতি লিপিত কাৰ বিষযে জনা যায়?

উত্তৰ- নেপালৰ ৰজা দ্বিতীয় জয়দেৱৰ পশুপতি লিপিত গোড়ৰ ৰজা হৰ্ষদেৱ ওদ্ৰ, কলিঙ্গ কোশলৰ ৰজা আৰু অন্যান্য ঠাইৰ ৰজাসকলৰ বিষযে জনা […]

নেপালৰ ৰজা দ্বিতীয় জয়দেৱৰ পশুপতি লিপিত কাৰ বিষযে জনা যায়? Read More »

আদিত্যসেনৰ অফচড লিপিত কাৰ বিষয়ে উল্লেখ পোৱা যায়?

উত্তৰ- আদিত্যসেনৰ অফচড লিপিত মহাসেনগুপ্ত আৰু কামৰূপৰ ৰজা সুস্থিত বৰ্মনৰ মাজত কাজিয়াৰ বিষয়ে উল্লেখ পোৱা যায়।

আদিত্যসেনৰ অফচড লিপিত কাৰ বিষয়ে উল্লেখ পোৱা যায়? Read More »

কাৰ লিপিত উল্লেখ আছে যে যশোধৰ্মণে লৌহিত চুবুৰীয়া অঞ্চললৈ আক্ৰমণ কৰিছিল?

উত্তৰ- যশোধৰ্মণৰ মান্দাছোৰ লিপিত উল্লেখ আছে যে যশোধৰ্মনে লৌহিত চুবুৰীয়া অঞ্চললৈ আক্ৰমণ কৰিছিল

কাৰ লিপিত উল্লেখ আছে যে যশোধৰ্মণে লৌহিত চুবুৰীয়া অঞ্চললৈ আক্ৰমণ কৰিছিল? Read More »

কোন ৰজাই স্ব-ইচ্ছাৰে ৰজা সমুদ্ৰগুপ্তৰ সৈতে মিত্ৰতা স্থাপন কৰা বুলি উল্লেখ আছে?

উত্তৰ- সীমান্তৱৰ্ত্তী ৰাজ্যৰ ৰজাই স্ব-ইচ্ছাৰে ৰজা সমুদ্ৰগুপ্তৰ সৈতে মিত্ৰতা স্থাপন কৰা বুলি উল্লেখ আছে

কোন ৰজাই স্ব-ইচ্ছাৰে ৰজা সমুদ্ৰগুপ্তৰ সৈতে মিত্ৰতা স্থাপন কৰা বুলি উল্লেখ আছে? Read More »

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop