January 2022

কি পুৰাণত হিমালয়ৰ ওচৰত ভৈৰৱী নামৰ এটা নদীৰ উল্লেখ আছে?

উত্তৰঃ- কালিকা পুৰাণত হিমালয়ৰ ওচৰত ভৈৰৱী নামৰ এটা নদীৰ উল্লেখ আছে

কি পুৰাণত হিমালয়ৰ ওচৰত ভৈৰৱী নামৰ এটা নদীৰ উল্লেখ আছে? Read More »

অসমৰ গুৰুত্বপূৰ্ণ আন শক্তিপীঠবোৰ কি কি?

উত্তৰঃ- অসমৰ গুৰুত্বপূৰ্ণ আন শক্তিপীঠবোৰ হল- কামাখ্যা, উগ্ৰতাৰা, দীৰ্ঘেশ্বৰী, মহাভৈৰৱী, শিলঘাটৰ দ্বিতীয় কামাখ্যা, ডবকা, তাম্ৰেশ্বৰী, মালিনীথান, বিশ্বনাথ, তুক্ৰেশ্বৰী আৰু শিঙ্গৰী।

অসমৰ গুৰুত্বপূৰ্ণ আন শক্তিপীঠবোৰ কি কি? Read More »

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop