অষ্ট্ৰেল’পিথেকাছৰ বিকাশ ঘটি কোনবিধ মানৱ সদৃশ জীৱবিধৰ উৎপত্তি হয় ?
উত্তৰঃ অষ্ট্ৰেল’পিথেকাছৰ বিকাশ ঘটি ‘হ’ম’ হবিলিছ’ মানৱ সদৃশ জীৱবিধৰ উৎপত্তি হয় ।
অষ্ট্ৰেল’পিথেকাছৰ বিকাশ ঘটি কোনবিধ মানৱ সদৃশ জীৱবিধৰ উৎপত্তি হয় ? Read More »
উত্তৰঃ অষ্ট্ৰেল’পিথেকাছৰ বিকাশ ঘটি ‘হ’ম’ হবিলিছ’ মানৱ সদৃশ জীৱবিধৰ উৎপত্তি হয় ।
অষ্ট্ৰেল’পিথেকাছৰ বিকাশ ঘটি কোনবিধ মানৱ সদৃশ জীৱবিধৰ উৎপত্তি হয় ? Read More »
উত্তৰঃ একোটা মতা অষ্ট্ৰেল’পিথেকাছবোৰ ওজন আছিল ৪৫-৬৮ কিলোগ্ৰাম আৰু উচ্চতা আছিল ১৫১ চেণ্টিমিটাৰ (প্ৰায় ৫ ফুট)।
একোটা মতা অষ্ট্ৰেল’পিথেকাছবোৰ ওজন আৰু উচ্চতা কিমান আছিল ? Read More »
উত্তৰঃ অষ্ট্ৰেল’পিথেকাছ গণটোৰ এতিয়ালৈকে ১২ টা প্ৰজাতি আৱিষ্কাৰ হৈছে ।
অষ্ট্ৰেল’পিথেকাছ গণটোৰ এতিয়ালৈকে কিমান টা প্ৰজাতি আৱিষ্কাৰ হৈছে ? Read More »
উত্তৰঃ ২০১৭ চনত Journal of Comparative Human Biology নামৰ বিজ্ঞান আলোচনীত প্ৰকাশিত এখন গৱেষণাপত্ৰত দাবী কৰা হৈছে ।
কিমান চনত কোনে বিজ্ঞান আলোচনীত প্ৰকাশিত এখন গৱেষণাপত্ৰত দাবী কৰা হৈছে ? Read More »