January 2022

আজিৰ পৰা কিমান বছৰৰ আগতে অষ্ট্ৰেল’পিথেকাছৰ পৰাই কি বুলি জনাজাত মানৱ প্ৰজাতিসমূহৰ বিকাশ আৰম্ভ হৈছিল ?

উত্তৰঃ আজিৰ পৰা ৩ নিযুত বছৰৰ আগতে অষ্ট্ৰেল’পিথেকাছৰ পৰাই ‘হ’ম” বুলি জনাজাত মানৱ প্ৰজাতিসমূহৰ বিকাশ আৰম্ভ হৈছিল ।

আজিৰ পৰা কিমান বছৰৰ আগতে অষ্ট্ৰেল’পিথেকাছৰ পৰাই কি বুলি জনাজাত মানৱ প্ৰজাতিসমূহৰ বিকাশ আৰম্ভ হৈছিল ? Read More »

মানৱৰ ক্ৰমবিকাশৰ ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ গণ অষ্টেল’পিথেকাছবোৰৰ আজিৰ পৰা কিমান বছৰৰ আগতে বিকাশ হৈছিল ?

উত্তৰঃ মানৱৰ ক্ৰমবিকাশৰ ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ গণ অষ্টেল’পিথেকাছবোৰৰ আজিৰ পৰা ৪ নিযুত বছৰৰ আগতে বিকাশ হৈছিল ।

মানৱৰ ক্ৰমবিকাশৰ ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ গণ অষ্টেল’পিথেকাছবোৰৰ আজিৰ পৰা কিমান বছৰৰ আগতে বিকাশ হৈছিল ? Read More »

আৰ্দিপিথেকাছ ৰামিদাচৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট কি ?

উত্তৰঃ আৰ্দিপিথেকাছ ৰামিদাচৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট হ’ল ইহঁতৰ কথা ক’ব পৰাৰ ক্ষমতা ।

আৰ্দিপিথেকাছ ৰামিদাচৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট কি ? Read More »

কিমান চনত ইথিওপিয়াৰ আৱাচ নদী উপত্যকা অঞ্চলৰ আফাৰ নিম্ন ভূমিত আমেৰিকান জীৱাশ্মবিদ টিম হোৱাইট আৰু তেওঁৰ দলটোৱে প্ৰমবাৰৰ বাবে কিমান টুকুৰা আৰ্দিপিথেকাছ ৰামিদাচৰ জীৱাশ্ম উদ্ধাৰ কৰে ?

উত্তৰঃ ১৯৯২ চনত ইথিওপিয়াৰ আৱাচ নদী উপত্যকা অঞ্চলৰ আফাৰ নিম্ন ভূমিত আমেৰিকান জীৱাশ্মবিদ টিম হোৱাইট আৰু তেওঁৰ দলটোৱে প্ৰমবাৰৰ বাবে

কিমান চনত ইথিওপিয়াৰ আৱাচ নদী উপত্যকা অঞ্চলৰ আফাৰ নিম্ন ভূমিত আমেৰিকান জীৱাশ্মবিদ টিম হোৱাইট আৰু তেওঁৰ দলটোৱে প্ৰমবাৰৰ বাবে কিমান টুকুৰা আৰ্দিপিথেকাছ ৰামিদাচৰ জীৱাশ্ম উদ্ধাৰ কৰে ? Read More »

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop