January 2022

বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণৰ স্থানক বৰ্তমান কি নামেৰে জনা যায়?

উত্তৰ- বুদ্ধদেৱৰ মহাপৰিৰ্বাণৰ স্থানক শুৱালকুছি অথবা হাজো নামেৰে জনা যায়।

বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণৰ স্থানক বৰ্তমান কি নামেৰে জনা যায়? Read More »

তিব্বত নেপাল আৰু ভূটানৰ সৈতে কামৰূপ আৰু কি স্থানৰ লগত জড়িত হৈ আছে?

উত্তৰ- তিব্বত নেপাল আৰু ভূটানৰ সৈতে কামৰূপ বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণৰ স্থানৰ লগত জড়িত হৈ আছে।

তিব্বত নেপাল আৰু ভূটানৰ সৈতে কামৰূপ আৰু কি স্থানৰ লগত জড়িত হৈ আছে? Read More »

পুৰুষোত্তম গজপতি ৰচিত ‘দীপিকাচন্দ’ই কিহৰ বিষয়ে দাঙি ধৰে?

উত্তৰ- পুৰুষোত্তম গজপতি ৰচিত ‘দীপিকাচন্দ’ই প্ৰাচীন কামৰূপৰ পৌৰাণিক ৰজাসকলৰ বিৱৰণী দাঙি ধৰে।

পুৰুষোত্তম গজপতি ৰচিত ‘দীপিকাচন্দ’ই কিহৰ বিষয়ে দাঙি ধৰে? Read More »

যোগিনীতন্ত্ৰই কিহৰ বিষয়ে তথ্য আগবঢ়ায়?

উত্তৰ- যোগিনীতন্ত্ৰই প্ৰাচীন কামৰূপৰ ভৌগোলিক বিৱৰণ আৰু বিশেষকৈ মানুহৰ সাংস্কৃতিক অৱস্থা সম্পৰ্কে তথ্য আগবঢ়ায়।

যোগিনীতন্ত্ৰই কিহৰ বিষয়ে তথ্য আগবঢ়ায়? Read More »

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop