বিষ্ণু পুৰাণত কাক কাক হত্যা কৰি ভগদত্তক প্ৰাগজ্যোতিষৰ ৰজা হিচাপে সংস্থাপিত কৰাৰ বিষয়ে পোৱা যায়?
উত্তৰ- বিষ্ণু পুৰাণত বিষ্ণুৰ বৰাহমূৰ্তি আৰু নৰকক হত্যা কৰি ভগদত্তক প্ৰাগজ্যোতিষৰ ৰজা হিচাপে সংস্থাপিত কৰাৰ বিষয়ে পোৱা যায়
উত্তৰ- বিষ্ণু পুৰাণত বিষ্ণুৰ বৰাহমূৰ্তি আৰু নৰকক হত্যা কৰি ভগদত্তক প্ৰাগজ্যোতিষৰ ৰজা হিচাপে সংস্থাপিত কৰাৰ বিষয়ে পোৱা যায়
উত্তৰ- ১০ম শতিকাত আত্মপ্ৰকাশ কৰা যাদৱপ্ৰকাশে তেওঁৰ ‘বৈজয়ন্তী’ গ্ৰন্থত প্ৰাগজ্যোতিষ আৰু কামৰূপ পূবত অৱস্থিত বুলি উল্লেখ কৰিছে
উত্তৰ- ৮ম শতিকাৰ বাকপতি ৰচিত ‘গৌড়বাহো’ত কনৌজৰ ৰজা যশোবৰ্মণে গৌড় আৰু মগধৰ ৰজাক হত্যা কৰা বুলি উল্লেখ পোৱা যায়।
উত্তৰ- ১০৮৮-১১৭২খৃঃৰ ভিতৰত আত্মপ্ৰকাশ কৰা কৰা হেমচন্দ্ৰই তেওঁৰ ‘অভিধান চিন্তামণি’ত প্ৰাগজ্যোতিষ আৰু কামৰূপ সম্বন্ধে উল্লেখ কৰিছে