সমল কাক বোলে?
উত্তৰ- যিবোৰ উপাদানৰ ওপৰত নিৰ্ভৰ কৰি ইতিহাস নিৰ্মাণ বা পুনঃ নিৰ্মাণ কৰা হয় তাক সমল বোলা হয়।
উত্তৰ- যিবোৰ উপাদানৰ ওপৰত নিৰ্ভৰ কৰি ইতিহাস নিৰ্মাণ বা পুনঃ নিৰ্মাণ কৰা হয় তাক সমল বোলা হয়।
উত্তৰ- খৃঃ ৬ষ্ঠ শতিকাত ৰচিত ডাণ্ডিক ‘দশকুমান চৰিত’ত বিকটবৰ্মনে কামৰূপৰ ৰজা কালিন্দ্ৰ বৰ্মনৰ জীয়েকক বিয়া কৰাইছিল।
উত্তৰ- বিভিন্ন সামাজিক আৰু ধৰ্মীয় প্ৰথাৰে পৰিপুষ্ট অসমক এক নৃতত্ত্বীয় যাদুঘৰ বুলি কোৱা হয়।
বিভিন্ন সামাজিক আৰু ধৰ্মীয় প্ৰথাৰে পৰিপুষ্ট অসমক এক নৃতত্ত্বীয় কি ঘৰ বুলিব পাৰি? Read More »
উত্তৰ- প্ৰাগজ্যোতিষপুৰৰ বৰ্তমান অৱস্থান হ’ল গুৱাহাটী।
প্ৰাগজ্যোতিষপুৰৰ বৰ্তমান অৱস্থান ক’ত? Read More »