January 2022

কোনে ৰাজ্যত কামাখ্যাৰ বাহিৰে অন্য দেৱ-দেৱীক পূজা কৰা নিষিদ্ধ কৰিছিল?

উত্তৰঃ- নৰকে ৰাজ্যত কামাখ্যাৰ বাহিৰে অন্য দেৱ-দেৱীক পূজা কৰা নিষিদ্ধ কৰিছিল।

কোনে ৰাজ্যত কামাখ্যাৰ বাহিৰে অন্য দেৱ-দেৱীক পূজা কৰা নিষিদ্ধ কৰিছিল? Read More »

অষ্ট্ৰিক সৃষ্টি কামাখ্যা দেৱীক পূৰ্বতে কি বুলি গণ্য কৰিছিল?

উত্তৰঃ- অষ্ট্ৰিক সৃষ্টি কামাখ্যা দেৱীক পূৰ্বতে প্ৰেতাত্মা বুলি গণ্য কৰিছিল।

অষ্ট্ৰিক সৃষ্টি কামাখ্যা দেৱীক পূৰ্বতে কি বুলি গণ্য কৰিছিল? Read More »

দশমহাবিদ্যাৰ শক্তি কি কি?

উত্তৰঃ- দশমহাবিদ্যাৰ শক্তি হ’ল- কালি, বগলা,চিন্নমষ্টা, মাতঙ্গী, ভূৱনেশ্বৰী, তাৰা, ষোড়ষী, ধুমাৱতী, ত্ৰিপুৰা-সুন্দৰী আৰু ভৈৰৱী।

দশমহাবিদ্যাৰ শক্তি কি কি? Read More »

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop