January 2022

কি কি পুৰাণে দেৱীৰ উৎপত্তিৰ কাহিনী ভিন্ন ৰূপত প্ৰকাশ কৰিছে?

উত্তৰঃ- কালিকা পুৰাণ, যোগিনীতন্ত্ৰ, মাৰ্কণ্ডেয়পুৰাণ, দেৱীপুৰাণ আদিয়ে পুৰাণে দেৱীৰ উৎপত্তিৰ কাহিনী ভিন্ন ৰূপত প্ৰকাশ কৰিছে।

কি কি পুৰাণে দেৱীৰ উৎপত্তিৰ কাহিনী ভিন্ন ৰূপত প্ৰকাশ কৰিছে? Read More »

অসমত প্ৰথম বসবাস কৰা কোনসকল মাতৃ প্ৰধান পৰিয়ালৰ লোক আছিল?

উত্তৰঃ- অসমত প্ৰথম বসবাস কৰা অষ্ট্ৰিকসকল মাতৃ প্ৰধান পৰিয়ালৰ লোক আছিল।

অসমত প্ৰথম বসবাস কৰা কোনসকল মাতৃ প্ৰধান পৰিয়ালৰ লোক আছিল? Read More »

দেৱীৰ বিভিন্ন অৱতাৰ আৰু ৰূপবোৰ কি কি?

উত্তৰঃ- দেৱীৰ বিভিন্ন অৱতাৰ আৰু ৰূপবোৰ হ’ল- দুৰ্গা, কালি, উমা, কামাখ্যা, তাৰা, চণ্ডি, চামুণ্ডা, ভূৱনেশ্বৰী, উগ্ৰতাৰা, ভৈৰৱী, বিন্ধ্যাবাসিনী, শাকম্ভাবী আদি।

দেৱীৰ বিভিন্ন অৱতাৰ আৰু ৰূপবোৰ কি কি? Read More »

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop