January 2022

বিখ্যাত বিজ্ঞানী নিউটনে পৃথিৱীৰ কি শক্তি আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ বিখ্যাত বিজ্ঞানী নিউটনে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিল ।

বিখ্যাত বিজ্ঞানী নিউটনে পৃথিৱীৰ কি শক্তি আৱিষ্কাৰ কৰিছিল ? Read More »

এটা চলনশীল ছপাশাল প্ৰথম ক’ত আৰু কিমান চনত কোনে উদ্ভাৱন কৰিছিল ?

উত্তৰঃ এটা চলনশীল ছপাশাল প্ৰথম ইউৰোপত আৰু ১৪৬০ চনত গুটেনবাৰ্গে উদ্ভাৱন কৰিছিল ।

এটা চলনশীল ছপাশাল প্ৰথম ক’ত আৰু কিমান চনত কোনে উদ্ভাৱন কৰিছিল ? Read More »

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop