উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিয়ে কিমান খৃঃত কামৰূপত তুৰ্কী সৈন্য বিধ্বস্ত হোৱা বুলি উল্লেখ কৰিছে? / Uncategorized / By Puspa Kakati উত্তৰ- উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিয়ে ১২০৬ খৃঃত কামৰূপত তুৰ্কী সৈন্য বিধ্বস্ত হোৱা বুলি উল্লেখ কৰিছে Post Views: 87