কালিকাপুৰাণত কিহৰ ব্যৱহাৰ আৰু উদ্যোগৰ বিষয়ে উল্লেখ কৰা হৈছে? Posted on 18/01/2022 | Posted on Puspa Kakati উত্তৰঃ- কালিকাপুৰাণত ঊলৰ কাপোৰ, বাকলিৰ পোছাক, ৰেচম কাপোৰ আৰু শান কাপোৰৰ ব্যৱহাৰ আৰু উদ্যোগৰ বিষয়ে উল্লেখ কৰা হৈছে Post Views: 177