কোনখন ফলিত উল্লেখ কৰা হৈছে যে ৰজা বনমালই ভাঙি যোৱা হৰুপেশ্বৰ নগৰৰ সোণৰ শিৱ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল? Posted on 18/01/2022 | Posted on Puspa Kakati উত্তৰঃ- তেজপুৰ ফলিত উল্লেখ কৰা হৈছে যে ৰজা বনমালই ভাঙি যোৱা হৰুপেশ্বৰ নগৰৰ সোণৰ শিৱ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। Post Views: 164