Democratic Upsurge And Coalition politics
গণতান্ত্ৰিক উত্থান আৰু মৰ্চা ৰাজনীতি
প্রশ্নাবলী
১। তলত বিশৃংখলভাৱে থােৱা ঘটনা প্রবাহ সময়ানুক্রমিকভারে সজোৱা ঃ
( a ) মণ্ডল পৰামৰ্শ আৰু সংৰক্ষণবিৰােধী সংঘাত ( b ) জনতা দল গঠন ( C ) বাবৰি মছজিদ উচ্ছেদ ( d ) ইন্দিৰা গান্ধীৰ হত্যা ( e ) ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা চৰকাৰ গঠন ( f ) গোধ্ৰা ঘটনা আৰু ইয়াৰ কাজিয়া ( g ) ইউ , পি , এ , চৰকাৰ গঠন
উত্তৰঃ
২। তলতদ দিয়োবোৰ মিলাই লিখা
(a) ঐক্যমতৰ ৰাজনীতি | (i) চাহবানো গোচৰ |
(b) জাতিভিত্তিক দল | (ii) অন্যান্য পিছপৰা জাতিৰ উত্থান (OBC’S) |
(c) ব্যক্তিগত আইন আৰু লিংগবিশেষ ন্যায় | (iii) সংযুহক্ত চৰকাৰ |
(d) আঞ্চলিক দলৰ বৰ্ধিত শক্তি | (iv) অৰ্থনৈতিক নাতিৰ চুক্তি |
৩। ১৯৮৯ চনৰ পৰৱৰ্তী সময়ছােৱাৰ ভাৰতীয় ৰাজনীতিৰ প্রধান বিষয়সমূহ লিখা । ৰাজনৈতিক দলৰ কেনেকুৱা পৃথক গঠনে এই পার্থক্যবােৰ ধাৰণ কৰে ?
উত্তৰঃ
৪। মৰ্চা ৰাজনীতিৰ নতুন যুগ সূচনা হােৱাৰ ফলত ৰাজনৈতিক দলবােৰৰ মতাদর্শ গােষ্ঠীভূক্ত বা গােষ্ঠীনিৰপেক্ষ হয় । এই বিবৃতিটোৰ সপক্ষে বা বিপক্ষে কি যুক্তি তুমি আগবঢ়াবা ?
উত্তৰঃ
৫। জৰুৰীকালীন অৱস্থাৰ পৰৱৰ্তী কালত ভাৰতীয় জনতা দলক এক শক্তিশালী দল হিচাপে আলােচনা কৰা ।
উত্তৰঃ
৬। কংগ্ৰেছ দলৰ আধিপত্য হ্রাস হােৱা সত্বেও দেশৰ ৰাজনৈতিক ব্যৱস্থাত ইয়াৰ প্ৰভাৱ বিৰাজমান। তুমি এই কথাত সন্মত নে ?-যুক্তি দর্শোৱা।
উত্তৰঃ
৭। বহু লােকে ভাৱে যে গণতন্ত্রৰ কৃতকার্যতাৰ কাৰণে দ্বি – দলীয় ব্যৱস্থা থাকিব লাগে । কুৰি বছৰৰ ভাৰতৰ অভিজ্ঞতাৰ পৰা বৰ্তমানৰ দল ব্যৱস্থাৰ সুবিধাৰ ওপৰত এখন ৰচনা লিখা ।
উত্তৰঃ
আৰ্হি প্রশ্নাৱলী
ৰচনাধর্মী প্রশ্নঃ
১। জনতা দলৰ নীতি আৰু আঁচনি আলােচনা কৰা
উত্তৰঃ
২ ভাৰতীয় জনতা দলৰ নীতি আৰু আঁচনি ব্যাখ্যা কৰা
উত্তৰঃ
৩। ভাৰতত আঞ্চলিক দলৰ গুৰুত্ব কিয় বাঢ়িছে ?
উত্তৰঃ
৪। এন.ডি.এ.ৰ নীতি আৰু আঁচনি ব্যাখ্যা কৰা ।
উত্তৰঃ
৫। “মর্চা ৰাজনীতিত ৰাজনৈতিক দলবােৰ আদৰ্শৰ ভিত্তিত গােষ্ঠীভূক্ত হােৱা নাছিল” ব্যাখ্যা কৰা ।
উত্তৰঃ
৬। ভাৰতত সংযুক্ত চৰকাৰৰ বৈশিষ্ট্যবিলাক আলােচনা কৰা
উত্তৰঃ
৭। ভাৰতত সাম্প্রদায়িকতাবাদৰ উত্থানৰ কাৰণবােৰ কি কি ?
উত্তৰঃ
৮। “ সাম্প্রদায়িকতাবাদ অভিশাপ ” – ইয়াক কেনেকৈ উচ্ছেদ কৰিব পাৰি ? চাৰিটা পৰামৰ্শ আগবঢ়োৱা
উত্তৰঃ
৯। মৰ্চা চৰকাৰৰ যিকোনাে চাৰিটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
১০। দলিত ৰাজনীতি মানে কি বুজা ? দলিত ৰাজনীতিৰ প্ৰভাৱ সম্পর্কে আলােচনা কৰা
উত্তৰঃ
১১। পিছপৰা শ্রেণী বুলিলে কি বুজা ? পিছপৰা শ্ৰেণীৰ বাবে থকা সাংবিধানিক ব্যৱস্থাসমূহ ব্যাখ্যা কৰা
উত্তৰঃ
চমুটোকাঃ
১। ২০১৪ ৰ লােকসভা নির্বাচন সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ
২। এন.ডি.এ.-ৰ ওপৰত চমুটোকা লিখা ।
উত্তৰঃ
৩। ইউ.পি.এ. চৰকাৰৰ ওপৰত চমুটোকা লিখা ।
উত্তৰঃ
৪। এন.ডি.এ.-ৰ প্ৰধান নীতি আৰু আঁচনিসমূহ উল্লেখ কৰা ।
উত্তৰঃ
৫। ভাৰতৰ যিকোনাে চাৰিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা ।
উত্তৰঃ
৬। জনতা দলৰ চাৰিটা প্রধান নীতি উল্লেখ কৰা ।
উত্তৰঃ
৭। জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগসমূহ চমুকৈ আলােচনা কৰা ।
উত্তৰঃ
৮। ১৯৮৯ চনৰ পৰা ১৯৯২ চনলৈ ৰাষ্ট্রই দেখা পােৱা চাৰিটা প্রধান ঘটনা উল্লেখ কৰা ।
উত্তৰঃ
৯। ওলােমা সংসদৰ বিষয়ে চমুটোকা লিখা ।
উত্তৰঃ
১০। ভাৰতত মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ উল্লেখ কৰা ।
উত্তৰঃ
১১। সংযুক্ত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
অতি চমু উত্তৰৰ প্রশ্ন :
১। কোনাে ৰাজ্যত চৰকাৰ গঠন কৰা প্রথম আঞ্চলিক দলটোৰ নাম কি ?
উত্তৰঃ
২। ২০১৪ চনৰ নিৰ্বাচনত বি.জে.পি. – এ আৰু এন.ডি.এ. ই কিমানখনকৈ আসন লাভ কৰিছিল ?
উত্তৰঃ
৩। ২০০৯ চনৰ নিৰ্বাচনত বি.জে.পি. – এ কিমান আৰু ইউ পি.এ. – ই কিমানখনকৈ আসন লাভ কৰিছিল ?
উত্তৰঃ
৪। ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখা ।
উত্তৰঃ
৫। N.D.A. ৰ সম্পূৰ্ণ ৰূপটো লিখা ।
উত্তৰঃ
৬। আঞ্চলিক দলৰ উত্থানৰ তিনিটা কাৰণ লিখা ।
উত্তৰঃ
৭। সংযুক্ত ৰাজনীতিত আঞ্চলিক দলৰ বৰ্ধিত ভূমিকাৰ এটা কাৰণ ব্যাখ্যা কৰা ।
উত্তৰঃ
৮। ভাৰতৰ সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য ।
উত্তৰঃ
৯। ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ
১০। আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়ােজন আছে নেকি ? তােমাৰ উত্তৰৰ সপক্ষে বা বিপক্ষে দুটা যুক্তি দিয়া ।
উত্তৰঃ
১১। মৰ্চা চৰকাৰ বুলিলে কি বুজা ? ভাৰতত পােন প্ৰথমবাৰ কেতিয়া সংযুক্ত চৰকাৰ গঠন হৈছিল ?
উত্তৰঃ
১২। মণ্ডল আয়ােগৰ দুটা পৰামর্শ লিখা ।
উত্তৰঃ
১৩। ইউ.পি.এ. মানে কি বুজা ?
উত্তৰঃ
বস্তুনিষ্ঠ প্রশ্নাৱলীৰ উত্তৰ দিয়া ঃ
১। ১৯৮৯ চনৰ সংযুক্ত চৰকাৰৰ প্ৰধানমন্ত্রী কোন আছিল ?
উত্তৰঃ
২। কোন বছৰত ভি.পি.সিং ক্ষমতাত অধিষ্ঠিত হৈছিল ?
উত্তৰঃ
৩। কোন চনত জনতা দল গঠন হৈছিল ?
উত্তৰঃ
৪। ভাৰতীয় জনতা দল কোন চনত প্রতিষ্ঠা হৈছিল ?
উত্তৰঃ
৫। কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল ?
উত্তৰঃ
৬। ১৯৮৯ চনৰ মৰ্চা চৰকাৰৰ মূৰব্বী কোন আছিল ?
উত্তৰঃ
৭। ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ মৰ্চা চৰকাৰসমূহৰ মূৰব্বী কোন আছিল ?
উত্তৰঃ
৮। কোন দলে এন.ডি.এ.ৰ নেতৃত্ব দিছিল ?
উত্তৰঃ
৯। ২০১৪ চনৰ মৰ্চা চৰকাৰৰ মুৰব্বী কোন ?
উত্তৰঃ
১০। কেন্দ্ৰত কেতিয়াৰ পৰা মৰ্চা চৰকাৰৰ সূচনা হৈছিল ?
উত্তৰঃ
১১। কোনটো ৰাজনৈতিক দলে হিন্দুত্বৰ আদৰ্শক অনুসৰণ কৰে ?
উত্তৰঃ
১২। ভাৰতৰ কোনজন বিত্তমন্ত্রীয়ে নতুন অর্থনৈতিক নীতিৰ প্ৰৱৰ্তন কৰিছিল ?
উত্তৰঃ
১৩। ২০০৯ চনত কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিছিল ?
উত্তৰঃ
১৪। ২০১৪ চনত কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিছে ?
উত্তৰঃ
১৫। অসমৰ বি.জে.পি , ৰ সভাপতি কোন ?
উত্তৰঃ
১৬। বর্তমান অসমৰ চতুর্দশগৰাকী মুখ্যমন্ত্রী কোন ?
উত্তৰঃ
১৭। উত্তৰ – পূৱ গণতান্ত্রিক মর্চা ( NEDA ) কোন তাৰিখে গঠন হৈছে ।
উত্তৰঃ
১৮। ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত বিশাল মিত্রতা ‘ মানে কি ?
উত্তৰঃ
খালী ঠাই পূৰ কৰা ঃ
১। ভাৰত চৰকাৰে মণ্ডল আয়ােগ গঠন কৰিছিল ।
২। ইন্দিৰা গান্ধী আৰু কংগ্ৰেছক সাধাৰণ নিৰ্বাচনত জনসাধাৰণে নাকচ কৰিছিল ।
৩। প্রধানমন্ত্রী ১৯৮৪ চনৰ ৩১ তাৰিখে হত্যা কৰা হৈছিল ।
৪। সংবিধানৰ জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা দিছে ।
৫। নৰেন্দ্ৰ মােদীয়ে তাৰিখে ২০১৪ শাসন ভাৰ গ্ৰহণ কৰে ।