(জ) ৩.২৮ নিযুত বৰ্গ কি. মি. ক্ষেত্ৰফল (এলেকা) জুৰি থকা ভাৰতবৰ্ষই সমগ্ৰ পৃথিৱীৰ প্ৰায় কিমান শতাংশ ঠাই আগুৰি আছে? উত্তৰঃ ৩.২৮ নিযুত বৰ্গ কি. মি. ক্ষেত্ৰফল (এলেকা) জুৰি থকা ভাৰতবৰ্ষই সমগ্ৰ পৃথিৱীৰ প্ৰায় ২.৪ শতাংশ ঠাই আগুৰি আছে। Post Views: 99