বানভট্টৰ বৰ্ণনাত কি পোৱা যায়? Posted on 18/01/2022 | Posted on Puspa Kakati উত্তৰঃ- বানভট্টৰ বৰ্ণনাত পোৱা যায় যে ভাষ্কৰ বৰ্মনে হৰ্ষবৰ্ন্ধনলৈ ৰঙীণ কাপোৰ আৰু চিত্ৰ বা ফুল বছা কাপোৰ প্ৰেৰণ কৰিছিল। Post Views: 174