৮ম শতিকাৰ বাকপতি ৰচিত ‘গৌড়বাহো’ত কনৌজৰ ৰজা যশোবৰ্মণে কোন কোন ৰজাক হত্যা কৰা বুলি উল্লেখ পোৱা যায়? / Uncategorized / By Puspa Kakati উত্তৰ- ৮ম শতিকাৰ বাকপতি ৰচিত ‘গৌড়বাহো’ত কনৌজৰ ৰজা যশোবৰ্মণে গৌড় আৰু মগধৰ ৰজাক হত্যা কৰা বুলি উল্লেখ পোৱা যায়। Post Views: 103