🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

ৰজা, কৃষক আৰু নগৰসমূহ | অধ্যায় ২ | Class 12 History Part 1 Chapter 2 Question and Answer Assam | HS 2nd Year History Part 1 Lesson 2 Notes and Suggestion | HS 2nd Year History Part 1 Chapter 2 Important Answer Assam |

ৰজা, কৃষক আৰু নগৰসমূহ

অনুশীলনী

 ১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ লিখা।

 ১ . প্রাচীন ঐতিহাসিক নগৰসমূহৰ কাৰুশিল্পজাত সামগ্ৰীৰ নিদর্শন সম্বন্ধে আলােচনা কৰা। হৰপ্পীয় নগৰসমূহৰ প্রাপ্ত নিদৰ্শনৰ ইয়াৰ প্রভেদ কি?

উত্তৰঃ-

 ২. মহাজনপদসমূহৰ মূল বৈশিষ্ট্যসমূহ বর্ণনা কৰা। 

উত্তৰঃ-

৩। ঐতিহাসিকত্সকলে কিদৰে সৰ্বসাধাৰণ লােকৰ জীৱনধাৰা পুনৰ নির্মাণ কৰে?

উত্তৰঃ-

 ৪. পাণ্ড্য চৰ্দাৰ তথা দলপতিলৈ আগবঢ়োৱা সামগ্ৰীসমূহৰ ( উৎস ৩) ৰ তালিকাৰ সৈতে দনগুণা গাঁৱত তৈয়াৰী সামগ্ৰীসমূহ ( উৎস ৮ ) ৰ তুলনা আৰু পার্থক্য দাঙি ধৰা। তুমি ইয়াত কিবা মিল ব অমিল লক্ষ্য কৰিছানে?

উত্তৰঃ- 

৫. শিলালিপি অধ্যয়নকাৰীসকলে সন্মুখীন হােৱা কিছুমান সমস্যা এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ-

নিম্নেলিখিত বিষয়সমূহৰ ওপৰত ( প্রায় ৫০০ শব্দ ) এখন টম ৰচনা লিখা।

 ৬. মৌর্য প্রশাসন প্রধান বৈশিষ্ট্যসমূহ আলােচনা কৰা। তুমি অধ্যয়ন কৰা অশােকৰ লিপিত এনে বৈশিষ্ট্যৰ কি কি নিদর্শন পােৱা গৈছে। 

উত্তৰঃ-

৭. ‘ ভাৰতীয় লােকৰ জীৱন , সংস্কৃতি আৰু কৰ্মৰাজিৰ কোনাে এটা বিষয় লিপিসমূহত প্রতিফলিত নােহােৱাকৈ থকা নাই । কুৰি শতিকাৰ সবাতােকৈ জনাজাত লিপি অধ্যয়নকাৰী পণ্ডিত ডি চি সৰকাৰৰ এই উক্তিৰ ওপৰত এটি আলােচনা আগবঢ়োৱা। 

উত্তৰঃ-

৮. মােৰ্যোত্তৰ যুগত ৰজাৰ আদর্শ সম্বন্ধে গঢ়ি উঠা ধাৰণাসমূহ আলােচনা কৰা। 

উত্তৰঃ-

৯. আমাৰ বিবেচিত সময়ছােৱাত কৃষি সম্বন্ধীয় ব্যৱহাৰিক প্রয়ােগসমূহৰ কিমানদূৰ ৰূপান্তৰ ঘটিছিল? 

উত্তৰঃ-

মানচিত্ৰৰ কাম

১০. ১ আৰু ২ নম্বৰ মানচিত্র দুখন ৰিজাই চাই মৌর্য সাম্রাজ্যৰ অন্তর্গত বুলি ভবা মহাজনপদসমূহৰ এখন তালিকা প্রস্তুত কৰা । এই অঞ্চলসমূহত অশােকৰ কোনাে লিপি পােৱা গৈছেনে?

উত্তৰঃ-

 প্রকল্প ( খিকোনাে এটা ) 

১১. এমাহৰ বাতৰিকাকত সংগ্রহ কৰি তাত থকা পূর্ত সম্পর্কীয় আটাইবােৰ চৰকাৰী বিবৃতি কাটি এখন কাগজত আঠাৰে লগাই লােৱা। মন কৰিবা যাতে এই বিবৃতিসমূহত এনেধৰণৰ কাৰ্য পৰিকল্পনাৰ উদ্দেশ্যে , ইয়াৰ বাবে আৱশ্যকীয় সম্পদ তথা শক্তি বা বয় বস্তুৰ উৎস আৰু কিদৰে এইবােৰ সাজু কৰিব লাগিব এইবােৰ বিষয় সন্নিৱিষ্ট হয়। কোনে এই বিবৃতিসমূহ দিছিল, কিয় আৰু কেনেকৈ এইবােৰ অবগত কৰা হৈছিল। বিবৃতিসমূহ এই অধ্যায়ত আলােচিত লিপিসমূহৰ সাক্ষ্যৰ সৈতে তুলনা কৰি বৈষম্যসমূহ বাছি উলিওৱা। এইক্ষেত্ৰত তােমাৰ দৃষ্টিগােচৰ হােৱা মিল আৰু অমিলসমূহ কি কি?

উত্তৰঃ-

 ১২. বর্তমান প্রচলিত পাঁচবিধ পত্ৰমুদ্রা তথা কাগজৰ টকা আৰু ধাতুৰ মুদ্রা সংগ্রহ কৰা। ইয়াৰে প্রতিটোৰ চৰকাৰী প্রতীকযুক্ত সন্মুখৰ ফাল ( পট ) আৰু ওলােটা পিঠি ( চিত ) ত কি কি দেখিছা বর্ণনা কৰা। এইবােৰৰ ছবি , আখৰ , ভাষা , আকৃতি , গঢ় আৰু তােমাৰ দৃষ্টিগােচৰ হােৱা যিকোনাে গুরুত্বপূর্ণ বিষয় আদিৰ সাধাৰণ বৈশিষ্ট্য আৰু বৈষম্যসমূহক সাঙুৰি এখন প্রতিবেদন প্রস্তুত কৰা। ধাতব মুদ্রাসমূহত ব্যৱহৃত ধাতু , মুদ্রা নির্মাণৰ কাৰিকৰী বিদ্যা , দৃষ্টমান প্রতীকসমূহ, ইয়াৰ গুৰুত্ব আৰু সাম্ভাৱ্য কার্যকলাপ আদিৰ ওপৰত ভিত্তি কৰি এইবােৰৰ সৈতে এই পুথিত প্রদর্শিত ধাতব মুদ্রাসমূহৰ তুলনা কৰা।

উত্তৰঃ-

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop