পানীৰ সংৰক্ষণ কি কি ব্যৱস্থা ল’ব পৰা যায়?

উত্তৰঃ ১। বৰষুণৰ পানী কৰ্ষণ

২। পানী বাগৰি ষোৱা হ্ৰসকৰণ

৩। শুকাই ষোৱাত বাধা দিয়া

৪।পানীৰ পুনৰ ব্যৱহাৰ

৫। পানীৰ অপচয়ত বাধা দিয়া

৬। জলপ্ৰদূষণ নিয়ন্ত্ৰণ

৭। কঠোৰ আইন বলব কৰা

৮। সজাগতা কাৰ্যসূচী কৰা

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop