উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ কি কি?

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ হ’ল

১। কাঠৰ উদ্যোগ

২। বনাঞ্চল এলেকা কৃষি ভূমিকা ৰুপান্তৰ

৩। পথ, দলং উদ্যোগ আদিৰ আন্তঃ গাথনি নিৰ্মাণৰ কৰ্যকলাপ

৪। অবৈধ অনুপ্ৰবেশকাৰীৰ দ্বাৰা বেদখলট

৫। বনজ সম্পদৰ অবৈধ আহৰণ

৫। বনাঞ্চলত বন্য জীৱ-জন্তুৰ চোৰাং চিকাৰ

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping