জীৱন বিকাশৰ স্তৰ | অধ্যায় ২ | Class 11 Education (AHSEC) 2 Question and Answer Assam | HS 1st Year Education Chapter 2 Question and Answer Assamese Medium Solution | HS 1st Year Education (AHSEC) 2 Chapter 2 Shorts Important Question and Answer Assamese Medium Notes and Suggestion |

জীৱন বিকাশৰ স্তৰ

।।প্ৰশ্নাৱলী।।

(ক) খালী ঠাই পূৰ কৰা।  

১।  ৰ পৰা পাঁচ বছৰ বয়সলৈ এই কালচোৱা শৈশৱ কাল বুলি জনা যায়।

উত্তৰঃ 

২। আৰ্নেষ্ট জোনচে জীৱন বিকাশক  টা স্তৰত ভাগ কৰিছিল।

উত্তৰঃ 

৩। ৰুচোৰ মতে প্ৰান্তীক কৌশৰ কাল  বছৰৰ পৰা  বছৰলৈ বিস্তৃত।

উত্তৰঃ 

৪। ৰুঁচোৰ মতে বাল্যকালৰ সময়সীমা হৈছে  পৰা  বছৰলৈ।

উত্তৰঃ 

৫। পৰনিৰ্ভৰশীলতা  কালৰ এটা বৈশিষ্ট্য।

উত্তৰঃ 

৬। সৰ্বপ্ৰানবাদিতা  কালৰ এটা বৈশিষ্ট্য।

উত্তৰঃ

৭। ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সলৈ এই কাল চোৱাক  কাল বুলি কোৱা হয়।

উত্তৰঃ 

৮। ‘Adolescence’ শব্দটো  শব্দটোৰ পৰা উদ্ভৱ হৈছে।

উত্তৰঃ

৯। কৈশোৰ কাল  কালৰ পুনৰ আৱিৰ্ভাৱ বুলি কোৱা হয়।

উত্তৰঃ

১০। বিপৰীত লিংগ কামিতা  কালৰ প্ৰধান লক্ষণ।

উত্তৰঃ

১১।  কালক ধুমুহা আৰু পীড়নৰ কাল বুলি কোৱা হয়। 

উত্তৰঃ

১২। আত্মপ্ৰীতিক  বুলি কোৱা হয়।

উত্তৰঃ

১৩। বাল্যকালত ল’ৰাই  লগ ভাল পায়।

উত্তৰঃ 

১৪। দলানুগত্য  কালত প্ৰৱল হয়।

উত্তৰঃ

১৫।  কৈশোৰ কালচোৱাক ধুমুহা আৰু পীড়নৰ কাল বুলি কৈছিল।

উত্তৰঃ

১৬।  কাল প্ৰাক প্ৰাথমিক শিক্ষাৰ কাল। 

উত্তৰঃ

১৭।  প্ৰৱণতাৰে বাবে শিশুৱে অলৌকিক কাহীনি শুনিবলৈ পচন্দ কৰে।

উত্তৰঃ

১৮।  কালত শিশুৰ বিশ্লেষণাত্মক চিন্তন, বিচাৰ কৰণৰ ক্ষমতাৰ বিকাশ আৰম্ভ হয়।

উত্তৰঃ

১৯।  কালত আবেগিক প্ৰতিক্ৰিয়াৰ সামঞ্জস্যৰ অভাৱ হয়।

উত্তৰঃ

খ। শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ

১। ৰুচোৰ মতে বিকাশৰ স্তৰ হৈছে  টা।

উত্তৰঃ চাৰিটা।

২। শিশুৰ প্ৰশ্নসোধা প্ৰৱণতাই  বিকাশত সহায় কৰে।

উত্তৰঃ 

৩। বীৰপূজা  কালৰ ওটা বৈশিষ্ট্য।

উত্তৰঃ

৪। বিপৰীত লিংগকামিতা — কালৰ লগত জড়িত নহয়।

উত্তৰঃ

৫। শিশুৱে নিজৰ পতলাটো জীৱন্ত বুলি ভাৱে। ইয়াৰ অন্তৰালত ক্ৰিয়াশীল বৈশিষ্ট্যটো হৈছে  ।

উত্তৰঃ

৬। এজন ১ বছৰীয়া ল’ৰাই খেলি ভালপাব ——- লগত।

উত্তৰঃ 

৭। শিশুৱে সাধুকথা শুনিবলৈ ভাল পায় কাৰণ হৈছে শিশুৰ  

উত্তৰঃ 

৮। এজন কিশোৰ জীৱনৰ আদৰ্শ হিচাপে একোজন নায়ক/নায়িকাক গ্ৰহণ কৰে। এই প্ৰৱনতাৰ অন্তৰালত ক্ৰিয়াশীল বৈশিষ্ট্য  হৈছে  

উত্তৰঃ

৯। কৈশোৰ কাল  কাল নহয়।

উত্তৰঃ ‘ধুমুহা পীড়নৰ ‘

গ। ভূল নে শুদ্ধ লিখাঃ

১। শৈশৱ কালৰ লগত জড়িত শিক্ষা স্তৰ হৈছে প্ৰাথমিক শিক্ষা।

উত্তৰঃ শুদ্ধ।

২। জন্মৰ পৰা তিনি বছৰৰ ভিতৰত শিশুৰ দৈহিক বিকাশ অতি দ্ৰুত।

উত্তৰঃ শুদ্ধ।

৩। বাল্যকালত শিশুৱে দলত থাকি ভাল পায়।

উত্তৰঃ 

৪। কৈশোৰ কাল অপৰাধ প্ৰৱনতাৰ কাল।

উত্তৰঃ শুদ্ধ

৫। আত্মকেন্দ্ৰিকতা বাল্যকালৰ এটা বৈশিষ্ট্য।

উত্তৰঃ ভুল।

৬। মানৱ জীৱনৰ বিকাশ মাতৃগৰ্ভতেই আৰম্ভ হয়।

উত্তৰঃ শুদ্ধ।

৭। বিকাশৰ প্ৰত্যেক স্তৰৰেই নিৰ্ধাৰিত বৈশিষ্ট্য আছে।

উত্তৰঃ শুদ্ধ।

৮। বাল্যকাল সমাজীকৰণৰ কাল।

উত্তৰঃ 

৯। ক্ৰীড়াপ্ৰৱনতা বাল্যকালৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য।

উত্তৰঃ ভুল।

১০। শৈশৱ কালক ‘প্ৰশ্নসোধাৰ’ কাল বুলি কোৱা হয়।

উত্তৰঃ শুদ্ধ।

১১। দুঃসাহসিকতাৰ প্ৰৱনতা কৌশৰ কালত প্ৰৱল হয়।

উত্তৰঃ 

১২। যৌন প্ৰৱণতা কৈশোৰ কালৰ প্ৰধান বৈশিষ্ট্য।

উত্তৰঃ

১৩। ‘Adolescence’ শব্দৰ অৰ্থ  হৈছে ‘বিকাশ’ হোৱা।

উত্তৰঃ শুদ্ধ।

১৪। সমকামিতা শৈশৱ কালৰ প্ৰধান লক্ষ্যণ।

উত্তৰঃ

(ঘ) চমুকৈ লিখা (প্ৰতি প্ৰশ্নাৰ বাবে ২ নম্বৰ)ঃ 

১। বীৰপূজা কি? 

উত্তৰঃ

২। সৰ্বপ্ৰানবাদিতা বুলিলে কি বুজা? 

উত্তৰঃ

৩। আত্মকেন্দ্ৰিকতা কি? 

উত্তৰঃ

৪। কৈশোৰকালৰ দুটা সামাজিক সমস্যা উল্লেখ কৰা।

উত্তৰঃ

৫। শিশুৱে কিয় সঘনে প্ৰশ্ন কৰে? 

উত্তৰঃ

৬। বাল্যকালৰ ভাগ দুটা কি কি?

উত্তৰঃ

৭। কৈশোৰ কালৰ দুটা আবেগিক সমস্যা উল্লেখ কৰা।

উত্তৰঃ

৮। বিপৰীত লিংগকামিতা কি লিখা।

উত্তৰঃ

৯। বাল্যকালক কিয় ‘দলবদ্ধ কৰণৰ’ কাল বুলি কোৱা হয়? 

উত্তৰঃ

১০। কৈশোৰ কালৰ সংজ্ঞা দিয়া।

উত্তৰঃ 

১১। জীৱন বিকাশৰ স্তৰ বুলিলে কি বুজা? 

উত্তৰঃ 

(ঙ) চমুকৈ লিখা (প্ৰতি প্ৰশ্নৰ বাবে ৪ নম্বৰ)ঃ

১। মানৱজীৱনৰ বিকাশৰ স্তৰসমূহৰ বিষয়ে লিখা।

উত্তৰঃ

২। শৈশৱকালৰ দৈহিক বিকাশৰ বৈশিষ্ট্য সমূহ লিখা।

উত্তৰঃ

৩। শৈশৱকালৰ মানসিক বিকাশৰ বিষয়ে লিখা।

উত্তৰঃ 

৪। শৈশৱ কালৰ সামাজিক বিকাশৰ বিষয়ে লিখা।

উত্তৰঃ

৫। শৈশৱ কালৰ আবেগিক জীৱনৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ

৬। শৈশৱ কালৰ বিকাশৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ

৭। শৈশৱৰ বিকাশৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা। 

উত্তৰঃ

৮। কৈশোৰ কালৰ দুটা গুৰুত্বপূৰ্ণ চাহিদাৰ বিষয়ে লিখা।

উত্তৰঃ

৯। বাল্যকালৰ দৈহিক বিকাশৰ বিষয়ে লিখা।

উত্তৰঃ

১০। বাল্যকালৰ সামাজিক বিকাশৰ বিষয়ে লিখা।

উত্তৰঃ

১১। কৈশোৰৰ দুঃসাহসিক অভিযানৰ চাহিদা।

উত্তৰঃ 

১২। কৈশোৰৰ সামাজিক চাহিদা। 

উত্তৰঃ     

১৩। জীৱন বিকাশৰ স্তৰ আৰু শিক্ষাস্তৰ।

উত্তৰঃ

চ। ৰচনাধৰ্মী প্ৰশ্ন (প্ৰতি প্ৰশ্নৰ বাবে ৬ নম্বৰ)ঃ

১। জীৱন বিকাশৰ স্তৰ বুলিলে কি বুজা? বয়সসীমাসহ বিভিন্ন মনোবিদে কৰা জীৱনৰ স্তৰ বিভাজনসমূহ উল্লেখ কৰা।

উত্তৰঃ

২। শৈশৱৰ বিভিন্ন বিকাশমূলক বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ

৩। শৈশৱ কালত শিশুৰ বিকাশমূলক প্ৰক্ৰিয়াৰ ওপৰত পৰিয়াল আৰু বিদ্যালয়ৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

৪। প্ৰাৰম্ভিক বাল্যকালৰ বিকাশমূলক বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

৫। প্ৰান্তীয় বাল্যকালৰ বিকাশগত বৈশিষ্ট্য সম্পৰ্কে কি জানা লিখা।

উত্তৰঃ

৬। বাল্যকালৰ বিকাশত পৰিয়াল আৰু বিদ্যালয়ৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

৭। কৈশোৰ কাল বুলিলে কি বুজা? কৈশোৰ কালৰ বিকাশগত বৈশিষ্ট্য সমূহৰ বিষয়ে লিখা।

উত্তৰঃ 

(১) 

৮। কৈশোৰ কালৰ চাহিদাসমূহ কি কি? এই চাহিদাসমূহ পুৰণৰ ক্ষেত্ৰত পিতৃ-মাতৃ আৰু শিক্ষকৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

৯। কৈশোৰ কালক কিয় ধুমুহা আৰু পীড়নৰ কাল বুলি কোৱা হয়? কাৰণ দৰ্শোৱা।

উত্তৰঃ

১০। কৈশোৰ কাল কাক বোলে? এই সময়ছোৱাৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধান সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

১১। কৈশোৰ কালৰ বিশেষ চাহিদাসমূহ কি কি? এই চাহিদাসমূহ পুৰণত শিক্ষাৰ্থীক কেনেদৰে সহায় কৰিব পাৰি।

উত্তৰঃ

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping