বনৰীয়া হাতী ধৰাটো আহোম ৰজাসকলে কি বুলি ঘোষণা কৰিছিল ?

উত্তৰঃ- বনৰীয়া হাতী ধৰাটো আহোম ৰজাসকলে ৰাজকীয় অধিকাৰৰূপে ঘোষণা কৰিছিল ।

0
    0
    Your Cart
    Your cart is emptyReturn to Shop