🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

ভাৰতবৰ্ষ অৱস্থিতি | অধ্যায় ১ | HS 1st Year Geography Chapter 1 Assamese Medium Question and Answer Solution | Class 11 Geography Chapter 1 Solution Assam |

ভাৰতবৰ্ষ- অৱস্থিতি

প্ৰশ্নৱলী

১. শুদ্ধ উত্তৰ বাছি উলিওৱা ।

i) ভাৰতৱৰ্ষৰ অক্ষৰৈখিক বিস্তৃতিৰ শুদ্ধ তথ্য কোনটো?

    ক) ৮° ৮১ – ৩৫°৭ উত্তৰ                      

    খ) ৮°৪ – ৩৭°  ৬ উত্তৰ

    গ) ৮°৪ – ৩৫°৪ উত্তৰ 

    ঘ) ৬°৪৫ – ৩৭°৬ উত্তৰ

উত্তৰঃ  

ii) কোনখন দেশে ভাৰতবৰ্ষৰ সতে দীৰ্ঘতম স্থলসীমান্ত অংশীদাৰ হৈছে?

    ক) বাংলাদেশ                     খ) চীন

    গ) পাকিস্থান                        ঘ) ম্যানমাৰ

উত্তৰঃ 

iii) তলত উল্লেখ কৰা কোনখন ৰাষ্ট্ৰ ভাৰতবৰ্ষতকৈ আকাৰত ডাঙৰ?

    ক) চীন                            খ) ইজিপ্ত

    গ) ফ্ৰান্স                            ঘ) ইৰান

উত্তৰঃ 

iv) ভাৰতবৰ্ষৰ কাৰণে মান দ্ৰাঘিমা কোনডাল ?

    ক) ৬৯°৩০ পূৱ            খ) ৮২°৩০ পূৱ

    গ) ৭৫°৩০ পূৱ               ঘ) ৯০°৩০ পূৱ

উত্তৰঃ

২. তলৰ প্ৰশ্নবোৰ ৩০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা-

i)ভাৰতবৰ্ষক একাধিক মান সময়ৰ প্ৰয়োজন আছেনে? যদি প্ৰয়োজন, ইয়াৰ কাৰণ কি?

ii) ভাৰতবৰ্ষৰ উপকূলৰেখা  দীঘল হোৱাৰ ফলত কি সুবিধা বা অসুবিধা হৈছে লিখা।

iii) অক্ষৰেখাৰ বিস্তৃতিয়ে ভাৰতবৰ্ষক কেনে কুফল দিছে?

iv) কহিমাত ( নাগালেণ্ড ) যেতিয়া সূৰ্যোদয় আৰু সূৰ্য্যূাস্ত আগতীয়াকৈ হ’য়, দিল্লী আৰু কহিমাৰ ঘড়ীৰ কাটাত একে সময় হয় কেনেকৈ?

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop