ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহ | অধ্যায় 2 | HS 1st Year Political Science Question and Answer Assam | Class 11 Political Science Chapter 2 Important Question and Answer Solution Assamese Medium | HS 1st Year Political Science Chapter 2 Question and Answer Notes and Suggestion |

ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহ

প্রশ্নাৱলী 

 ৰচনাধমী প্রশ্ন :  

১। ভাৰতীয় সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰসমূহ আলোচনা কৰা।

উত্তৰঃ

২। মৌলিক অধিকাৰৰ অৰ্থ ব্যাখ্যা কৰা। 

উত্তৰঃ  

। মৌলিক অধিকাৰ কি? ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা। 

উত্তৰঃ 

৪। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ গুৰুত্ব ব্যাখ্যা কৰা।   

উত্তৰঃ 

৫। আমাৰ সংবিধানত উল্লেখ থকা অধিকাৰসমূহৰ বৈশিষ্ট্য ব্যাখ্যা কৰা।  

উত্তৰঃ

৬। মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি নে? যুক্তি দিয়া।

উত্তৰঃ 

৭। স্বাধীনতাৰ অধিকাৰৰ ১৯ নং অনুচ্ছেদত উল্লেখ থকা ছয়টা স্বাধীনতা কি কি? যিকোনো এটা বহলাই লিখা। 

উত্তৰঃ

৮। ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহৰ বিৱৰণ দিয়া। সেইবোৰক কিয় মৌলিক বুলি কোৱা হয়? 

উত্তৰঃ

৯। ভাৰতীয় সংবিধানত দিয়া মৌলিক অধিকাৰসমূহৰ প্ৰকৃতি আৰু তাৎপর্য ব্যাখ্যা কৰা।  

উত্তৰঃ

১০। ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক কৰ্তব্যসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ  

১১। মৌলিক অধিকাৰৰ পাঁচটি সীমাৱদ্ধতা ব্যাখ্যা কৰা।  

উত্তৰঃ

১২। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি বুলিলে কি বুজা? নির্দেশক নীতি অৱজ্ঞা কৰিলে নিৰাময়ৰ বাবে ন্যায়ালয়ৰ সহায় ল’ব পাৰি নে? 

উত্তৰঃ

১৩। আদৰ্শৰ ভিত্তিত নির্দেশক নীতিসমূহ ভাগ কৰি যিকোনো এটা বৰ্ণনা কৰা।

উত্তৰঃ  

৪। গান্ধীবাদী নীতি বুলিলে কি বুজা? সেইবোৰ কি কি? 

উত্তৰঃ

১৫। নিৰ্দেশক নীতি আৰু মৌলিক অধিকাৰৰ মাজত থকা পাৰ্থক্যসমূহ চমুকৈ আলোচনা  কৰা। 

উত্তৰঃ

১৬। তোমাৰ মতে কোনটো মৌলিক অধিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ? ইয়াৰ ব্যৱস্থাবোৰ সংক্ষেপ কৰা আৰু যুক্তি আগবঢ়াই দেখুওৱা কিয় এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ।  

উত্তৰঃ

১৭। দুখীয়া মানুহৰ মাজত কাম কৰা এজন কৰ্মীয়ে কৈছে যে দুখীয়া মানুহক মৌলিক অধিকাৰৰ প্ৰয়োজন নাই। তেওঁলোকৰ বাবে প্ৰয়োজনীয় ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিক আইনগতভাৱে বান্ধ খুওৱা। তুমি এই ক্ষেত্ৰত একমত নে? যুক্তি আগবঢ়োৱা।  

উত্তৰঃ 

চমু উত্তৰৰ প্ৰশ্ন (Short Answer Questions):  

১। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰাৰ উদ্দেশ্য কি?  

উত্তৰঃ

২। সাংবিধানিক নিৰাময়ৰ অধিকাৰ কেতিয়া আৰু কি পদ্ধতিৰে স্থাপিত কৰিব পাৰি?

উত্তৰঃ

৩। তলৰ অৱস্থাবোৰ পঢ়া। প্রত্যেক ক্ষেত্ৰত কোনবোৰ মৌলিক অধিকাৰ ব্যৱহাৰ কৰা হৈছে আৰু কোনটো খৰ্ব কৰা হৈছে? 

উত্তৰঃ

(ক) ৰাষ্ট্ৰীয় বিমান সেৱা বিভাগত ওজন বৃদ্ধি (শকত) হোৱা পুৰুষ কেবিন কর্মীসকলক পদোন্নতি দিয়া হয় কিন্তু তেওঁলোকৰ সহকৰ্মী মহিলাসকলক শকত হ’লে তেওঁলোকক শাস্তি প্ৰদান কৰা হয়।

উত্তৰঃ

(খ) এখন অর্থমূলক চলচ্চিত্ৰৰ নিৰ্দেশকে (Director) চৰকাৰৰ নীতিক সমালোচনা কৰে।

উত্তৰঃ

(গ) এটা বৃহৎ নদী বান্ধ নিৰ্মাণৰ ফলত সংস্থানহীন লোকসকলে পুনঃসংস্থাপনৰ দাবী কৰি এক সমদল উলিয়ায়।

উত্তৰঃ

(ঘ) মাৰাঠা সমাজে মহাৰাষ্ট্ৰৰ বাহিৰত মাৰাঠী মাধ্যমৰ স্কুল পৰিচালনা কৰে। 

উত্তৰঃ

৪। তলৰ কোনবোৰ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰৰ শুদ্ধ ব্যাখ্যা কৰাঃ 

(ক) সংখ্যালঘু লোকে খোলা কেৱল সংখ্যালঘু ছাত্র-ছাত্রীয়ে অধ্যয়ন কৰিব পাৰে।

উত্তৰঃ
 

(খ) চৰকাৰী স্কুলসমূহে নিশ্চিতি দিব লাগিব যে তাত পঢ়া সংখ্যালঘু সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ নিজা বিশ্বাস আৰু সংস্কৃতি সম্বন্ধে জানিব পাৰিব।

উত্তৰঃ

(গ) ভাষিক আৰু ধর্মীয় সংখ্যালঘু লোকসকলে তেওঁলোকৰ সন্তানসকলৰ বাবে নিজাববীয়াকৈ শিক্ষানুষ্ঠান পাতিব পাৰিব আৰু সেইবোৰ কেৱল তেওঁলোকৰ ল’ৰা-ছোৱালীৰ বাবে সংৰক্ষিত থাকিব।

উত্তৰঃ

(ঘ) ভাষিক আৰু ধর্মীয় সংখ্যালঘু লোকসকলে দাবী কৰিব পাৰে যে তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে তেওঁলোকে খোলা শিক্ষানুষ্ঠানৰ বাহিৰে আনত শিক্ষাগ্ৰহণ নকৰে।

উত্তৰঃ 

৫। তলত উল্লেখ কৰা কোনটোত মৌলিক অধিকাৰ ভংগ হৈছে আৰু কিয়?

(ক) ন্যূনতম মজুৰি প্ৰদান নকৰা, 

(খ) এখন গ্ৰন্থৰ প্ৰচলন বন্ধ কৰা,

(গ) নিশা ৯ বজাৰ পিছত শব্দবিবর্ধক (Loudspeaker) বন্ধ কৰি দিয়া 

(ঘ) এটা  বক্তৃতা দিয়া

উত্তৰঃ 

৬। ভাৰতীয় সংবিধানৰ ১৯ নং অনুচ্ছেদত সন্নিবিষ্ট অধিকাৰকেইটা উল্লেখ কৰা। এই অনুচ্ছেদৰ পৰা কোনটো অধিকাৰ উঠাই দিয়া হৈছে? [HS(XT) 2017]

উত্তৰঃ 

৭। ব্যক্তিগত স্বতন্ত্রভাৰ অধিকাৰ চমুকৈ লিখা।

উত্তৰঃ 

৮। মৌলিক অধিকাৰৰ ওপৰত বাধা আৰোপ কৰিব পৰা দুটা পৰিস্থিতি ব্যাখ্যা কৰা। 

উত্তৰঃ 

৯। অধিকাৰ বিষয়ক বিষেয়ক।

উত্তৰঃ 
১০। মানৱ অধিকাৰৰ বিষয়ে কি জানা লিখা। 

উত্তৰঃ 

১১। নিৰ্দেশক নীতিৰ লক্ষ্যসমূহ উল্লেখ কৰা।

উত্তৰঃ 

১২। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ দুটা লক্ষ্য উল্লেখ কৰা। 

উত্তৰঃ 

১৩। সংবিধানৰ ৩২ নং অনুচ্ছেদ মতে উচ্চতম আৰু উচ্চ ন্যায়ালয়ে কিমান লেখ জাৰি কৰিব পাৰে [HS(XI) 2018)

উত্তৰঃ 

১৪। ভাৰতীয় সংবিধানত কিয় মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে? চাৰিটা কাৰণ দিয়া।

উত্তৰঃ 

১৫। দুটা কাৰণ প্ৰদৰ্শন কৰা যে 
মৌলিক অধিকাৰ চূড়ান্ত নহয়।

উত্তৰঃ 

১৪। নির্দেশক নীতি আৰু মৌলিক অধিকাৰৰ মাজত তিনিটা পার্থক্য লিখা।  

উত্তৰঃ 

১৫। মানৱ অধিকাৰ আয়োগৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ 

১৬। নির্দেশক নীতিত থকা গান্ধীৰ নীতিৰ ওপৰত টোকা লিখা।

উত্তৰঃ 

১৭। সংখ্যালঘুক প্ৰদান কৰা দুটা মৌলিক নীতি লিখা।

উত্তৰঃ 

১৮। ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্ত্তব্য উল্লেখ কৰা।

[HS(XI) 2016]

উত্তৰঃ 

১৯। মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ 

বস্তুনিষ্ঠ প্রশ্নাবলী (Objective type questions)

১। ভাৰতীয় সংবিধানৰ কোনটো অধ্যয়ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তর্ভুক্ত কৰা  হৈছে? 

[HS(XI) 2016]

উত্তৰঃ 

২। ভাৰতীয় সংবিধানত কিমানবিধ মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে? 

উত্তৰঃ 

৩। ভাৰতীয় সংবিধানে নাগৰিকক বাক্‌স্বাধীনতাৰ  অধিকাৰ দিছে নে?

উত্তৰঃ 

৪। কোনটো অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা উঠাই দিয়া হৈছে?

উত্তৰঃ 

৫। ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছিল? (HS(XI) 2018]

উত্তৰঃ 

৬। ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কোনটো মৌলিক অধিকাৰক সংবিধানৰ ‘হৃৎপিণ্ড আৰু আত্মা’ বুলি বিবেচনা কৰা হয়? [HS(XI) 2017 ]  

উত্তৰঃ 

৭। ২২৬ নং অনুচ্ছেদৰ অধীনত ভাৰতৰ কোনখন ন্যায়ালয়ে মৌলিক অধিকাৰ বলৱৎ কৰাৰ কাৰণে পৰোৱানা জাৰি কৰিব পাৰে। 

উত্তৰঃ 

৮। ভাৰতৰ ৰাজধর্ম বা ৰাষ্ট্ৰধর্ম কিবা আছে নে?

উত্তৰঃ 

৯। মৌলিক অধিকাৰৰ ধাৰণাটো বিশ্বৰ কোনখন দেশৰ সংবিধানৰ পৰা ধাৰ কৰা হৈছিল। 

উত্তৰঃ 

১০। সম্পত্তিৰ অধিকাৰ এটা মৌলিক অধিকাৰ নে? 

উত্তৰঃ 

১১। সংবিধানৰ কোনটো অনুচ্ছেদৰ জৰিয়তে ভাৰতৰ পৰা অস্পৃশ্যতা উঠাই দিয়া হৈছে।  

উত্তৰঃ 

১২। সংবিধানত মৌলিক কৰ্তব্যৰ ধাৰা কোন সংশোধনী মতে সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰঃ 

১৩। ভাৰতৰ সংবিধানত সন্নিবিষ্ট নির্দেশক নীতিৰ অধ্যায়টো কোন সংবিধানৰ পৰা আহৰণ কৰা হৈছে?  

উত্তৰঃ 

১৪। সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক অধিকাৰৰ উল্লেখ আছে।

উত্তৰঃ 

১৫। মৌলিক অধিকাৰ কোনে স্থাপিত ৰাখিব পাৰে?

উত্তৰঃ 

১৬। মৌলিক অধিকাৰবোৰ চূড়ান্ত নে?

উত্তৰঃ 

১৭। নির্দেশক নীতিবোৰ গ্রহণযোগ্য নে?

উত্তৰঃ 

১৮। মৌলিক অধিকাৰ কোনে সংশোধন কৰিব পাৰে?

উত্তৰঃ

১৯। মৌলিক অধিকাৰবোৰ ভাৰতীয় সংবিধানৰ অভিন্ন অংশ। (হয় বা নহয়  লিখা) 

[HS(XI) 2016] [HS(XI) 2018 ]

উত্তৰঃ 

২০। মৌলিক অধিকাৰবোৰ অসীম। (সতা নে অসত্য লিখা)  

উত্তৰঃ 

শুদ্ধ উত্তৰ বাছি উলিওৱা (Choose the correct answers)  

১। প্ৰত্যেকটো উক্তিৰ বিপৰীতে শুদ্ধ নে অশুদ্ধ লিখা:  

(ক) এখন অধিকাৰ বিষয়ক বিধেয়কত এখন দেশৰ জনসাধাৰণে উপভোগ কৰা অধিকাৰসমূহ উল্লেখ আছে। 

উত্তৰঃ 

(খ) এখন অধিকাৰ বিষয়ক বিধেয়কে এজন ব্যক্তিৰ স্বতন্ত্ৰতাক সুৰক্ষা দিয়ে।

উত্তৰঃ 

(গ) বিশ্বৰ প্ৰত্যেক ৰাষ্ট্ৰৰ একোখন অধিকাৰ বিষয়ক বিধেয়ক আছে।

উত্তৰঃ 

(ঘ) অধিকাৰ উলংঘাৰ বিৰুদ্ধে সংবিধানে নিৰাময় নিশ্চিত কৰে। 

উত্তৰঃ 

২। তলৰ কোনবোৰ মৌলিক অধিকাৰ সম্পৰ্কে উত্তম বর্ণনাঃ 

(ক) এজন ব্যক্তিৰ সকলো অধিকাৰ থকা উচিত। 

(খ) আইনে নাগৰিকক সকলো অধিকাৰ দিয়ে।

(গ) সংবিধানে অধিকাৰ প্ৰদান কৰে আৰু সুৰক্ষাও দিয়ে। 

(ঘ) সংবিধানপ্রদত্ত অধিকাৰসমূহক কেতিয়াও সীমিত কৰিব নোৱাৰি। 

উত্তৰঃ 

৩। মৌলিক অধিকাৰৰ আৰ্হি লোৱা হৈছে:  

(ক) গ্রেট ব্রিটেইনৰ পৰা  

(খ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা

(গ) কানাডাৰ পৰা

(ঘ) আয়াৰলেণ্ডৰ পৰা

উত্তৰঃ 

৪। তলৰ কোনটো মৌলিক অধিকাৰ নহয় ?  

(ক) সমতাৰ অধিকাৰ 

(খ) সম্পত্তিৰ অধিকাৰ    

(গ) স্বাধীনতাৰ অধিকাৰ 

(ঘ) শোষণৰ বিৰুদ্ধে অধিকাৰ

উত্তৰঃ 

৫। ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্ত্তব্য তলত দিয়া সংবিধানৰ কোনটো সংশোধনীত সংযোগ কৰা হৈছে? 

(ক) ৪২ নং সংশোধনী  

(খ) ৪৪ নং সংশাধনী  

(গ) ৪৫ নং সংশোধনী  

(ঘ) ৭৩ নং সংশোধনী  

উত্তৰঃ 

৬৷ সম্পত্তিৰ অধিকাৰ কোনটো সংশোধনীয়ে মৌলিক অধিকাৰৰ তালিকাৰ পৰা উলিয়াই দিছে?  

(ক) ৪২ নং সংশোধনী  

(খ) ৪৫ নং সংশাধনী  

(গ) ৪৪ নং সংশোধনী    

(ঘ) ৪৩ নং সংশোধনী  

উত্তৰঃ 

৭। অস্পৃশ্যতা বৰ্জন কৰা এক সমতা অধিকাৰ/ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ/ শোষণৰ বিৰুদ্ধে অধিকাৰ। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)  [HS(XI) 2019]

উত্তৰঃ 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop