🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

আৱবাহ তন্ত্ৰ | অধ্যায় ৩ | HS 1st Year Geography Chapter 3 Question and Answer Solution Assamese Medium | Class 11 Geography Question and Answer Solution Assames Medium |

অৱবাহ তন্ত্ৰ

প্ৰশ্নাৱলী

১। তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা-

১) নিয়োক্ত কোনখন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?

(ক) গণ্ডক

(খ) সোণ

(গ) কুশি

(ঘ) দামোদৰ

উত্তৰঃ

২) তলৰ কোনখন নদীৰ অৱবাহিকা (ভাৰতত) সৰ্ববিহৎ?

(ক) সিন্ধু

(খ) ব্ৰহ্মপুত্ৰ

(গ) গংগা

(ঘ) কৃষ্ণা।

উত্তৰঃ (গ) গংগা।

৩) ‘পঞ্চনাদ’ত কোনখন নদী অন্তৰ্ভূক্ত কৰা হৈছে?

(ক) ৰবি

(খ) সিন্ধু

(গ) চেনাব

(ঘ) ঝিলাম।

উত্তৰঃ

৪) তলৰ কোনখন নদী গ্ৰস্ত উপত্যকাইদি প্ৰবাহিত হৈছে?

(ক) সোণ

(খ) নৰ্মদা

(গ) যমুনা

(ঘ) লুনী।

উত্তৰঃ

৫) অলকান্দা আৰু ভাগিৰথী নদীৰ মোহনা অঞ্চল কোনটো?

(ক) বিষ্ণপ্ৰয়াগ

(খ) ৰুদ্ৰ প্ৰয়াগ

(গ) কৰণ প্ৰয়াগ

(ঘ) দেৱ প্ৰয়াগ

উত্তৰঃ

২। নিম্নোক্ত বিলাকৰ মাজৰ প্ৰাৰ্থক্য বিচাৰ কৰা।

(ক) নদী অৱবাহিকা আৰু জলচ্ছেদ।

(খ) বৃক্ষৰূপী আৰু জালৰূপী অৱবাহ তন্ত্ৰ

(গ) বহিঃপ্ৰবাহি (Raial) আৰু অভিকেন্দ্ৰিক (Centripetal) অৱবাহ তন্ত্ৰ

(ঘ) ব-দ্বীপ আৰু মোহনা।

উত্তৰঃ

৩। তলৰ প্ৰশ্নবোৰৰ উত্তৰ (প্ৰায় ৩০ টা শব্দৰ ভিতৰত) দিয়া।

(ক) ভাৰতৰ নদী-সংযোগ আঁচনিৰ আৰ্থ-সামাজিক সুবিধাবিলাক কি কি?

(খ) দাক্ষিণাত্য মালভূমিৰ তিনিটা বৈশিষ্ট লিখা।

উত্তৰঃ

৪। তলৰ প্ৰশ্নবোৰ (১২৫ টা শব্দৰ ভিতৰত) দিয়া।

(ক) উত্তৰ ভাৰতৰ নদীসমূহৰ উল্লেখযোগ্য বৈশিষ্টবোৰ কি কি? এই বৈশিষ্টবোৰ দক্ষিণ ভাৰতৰ নদীৰ বৈশিষ্টৰ পৰা কেনেকৈ পৃথক?

(খ) ধৰা, তুমি হিমালয়ৰ পাদদেশ (foothills) অঞ্চলেদি হৰিদ্বাৰৰ পৰা শিলিণ্ডড়িলৈ ভ্ৰমন কৰি আছা। এই ক্ষেত্ৰত তুমি অতিক্ৰম কৰা প্ৰধান নদীবিলাকৰ নাম লিখা। এই নদীবিলাকৰ যিকোনো এখনৰ বৈশিষ্ট বৰ্ণনা কৰা।

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop