🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

প্ৰাকৃতিক উদ্ভিদ | অধ্যায় ৫ | Class 11 Geography Chapter 5 Assamese Medium Question and Answer Solution | HS 1st Year Question and Answer Assamese Medium |

প্ৰকৃতিক উদ্ভিদ 


অনুশীলনঃ


১। শুদ্ধ উত্তৰটো তলৰবোৰৰ পৰা বাছি উলিওৱাঃ

i) চন্দালউডএটা উদাহৰণঃ 

ক) চিৰসেউজীয়া উদ্ভিদ 

খ) পৰ্ণপাতি উদ্ভিদ 

গ) ব-দ্বিপীয় হাবি 

ঘ) কাইটীয়া হাবি

উত্তৰঃ  
ii) তলৰবোৰৰ কোনটো ব্যঘ্ৰ প্ৰকল্পৰ উদ্দেশ্য?

 ক) বাঘ হত্যা কৰা।

খ) বাঘবোৰকচিৰিয়াখানাত ৰখা।

গ) চোৰাং চিকাৰৰ পৰা ৰক্ষা কৰা।

ঘ) বাঘৰ ওপৰত চিনেমা কৰা।

উত্তৰঃ 

iii) নন্দাদেবী জৈৱ সংৰক্ষিত অঞ্চল তলৰ কানখন ৰাজ্যত অৱস্থিত?

ক) বিহাৰ।

খ) উত্তৰ প্ৰদেশ 

গ) উত্তৰাঞ্চল

 ঘ) উৰাষ্যা

উত্তৰঃ 

 
iv) কিমান সংখ্যক জৈৱিক সংৰক্ষিত অঞ্চলক IUCN য়ে স্বীকৃতি দিছে? 

ক) এখন 

খ) দুখন 

গ) তিনিখন 

ঘ) চাৰিখন

উত্তৰঃ
v) ভাৰতবৰ্ষৰ অৰণ্য নীতি অনুসৰে দেশৰ মুঠকালিৰ কিমান শতাংশত অৰণ্য থাকিব লাগে? 

ক) ৩৩ শতাংশ 

খ) ৫৫ শতাংশ 

গ) ৪৪ শতাংশ 

ঘ) ২২শতাংশ

উত্তৰঃ 

২. ৩০ টা শব্দৰ ভিতৰত তলৰবোৰৰ উক্তৰ কৰা। 

i) প্ৰাকৃতিক উদ্ভিদ কাক বোলে? কেনেধৰণৰ জলবায়ুত ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য বাঢ়ি আহে? 

ii) সামাজিক বনানিকৰণ বুলিলে কি বুজা? 

iii) জৈৱ সংৰক্ষিত অঞ্চল কাক বোলে? 

iv) অৰণ্য ভূমি ( forest area ) আৰুঅৰণ্যৰ আবৰণৰ ( forest cover ) মাজত প্ৰাৰ্থক্য কি? 

উত্তৰঃ

৩. ১৫০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া। 

i) অৰণ্য সংৰক্ষণৰ কাৰণে কি কি ব্যৱস্থা লোৱা হৈছে? 

ii) হাবি আৰু বনৰীয়াজন্তুৰ সংৰক্ষণৰ কাৰণে, মানুহৰ অংশগ্ৰহণে কেনেধৰণৰ সহায় কৰিব পাৰে বা কাৰ্য্যকাৰী হব পাৰে?

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop