প্ৰাকৃতিক বিপৰ্যয় আৰু দুৰ্যোগ | অধ্যায় ৭ | HS 1st Year Geography Chapter 7 Assamese Medium Question and Answer | Class 11 Geography Question and Assamese Medium |

প্ৰাকৃতিক বিপৰ্যয় আৰু দুৰ্যোগ

অনুশীলনী

১। তলত দিয়া উত্তৰবোৰৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা।

(ক) তলত উল্লেখ কৰা কোনখন ৰাজ্যত বানপানী সঘনে হ’য়? 

(১) বিহাৰ

(২) পশ্চিম বঙ্গ

(৩) অসম 

(৪) উত্তৰ প্ৰদেশ

উত্তৰঃ

(খ) উত্তৰাঞ্চল ৰাজ্যত, তলত উল্লেখ কৰা কোখন জিলাত মালপা ভূমিস্খলন সংঘটিত হৈছে? 

(১) বাগেশ্বৰ 

(২) চম্পাৱত

(৩) আলমেৰা

(৪) পিথোৰাগড়

(গ) তলৰ কোনখন ৰাজ্যত শীতকালিও বানপানী হ’য়? 

(১) অসম 

(২) পশ্চিম বঙ্গ

(৩) কেৰেলা 

(৪) তামিলনাডু

উত্তৰঃ

(ঘ) তলৰ কোনটো নদীৰ মাজত মাজুলী দ্বিপ অৱস্থিত? 

(১) গঙ্গা 

(২) ব্ৰহ্মপুত্ৰ

(৩) গোদাৱৰী 

(৪) সিন্ধু নদী

উত্তৰঃ

(ঙ) শীতল ধুমুহা, তলৰ কোন প্ৰকাৰ প্ৰকৃতিক দুৰ্য্যোগৰ অৰ্ন্তভূক্ত? 

(১) বায়ুমণ্ডলীয় 

(২) জলসম্পৰ্কীয় 

(৩) পাৰ্থিব 

(৪) জৈৱিক

উত্তৰঃ

২। ৩০ শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(১) বিপদ এটাক কেতিয়া দুৰ্যোগ বুলি কোৱা হ’য়?

উত্তৰঃ 

(২) ভাৰতবৰ্ষৰ হিমালয় অঞ্চল আৰু উত্তৰ-পূৱ অঞ্চলত অধিক পৰিমাণে ভূমিকম্প হ’য় কিয়? 

উত্তৰঃ

(৩) ঘূৰ্ণী ধুমুহা সৃষ্টি হ’বলৈ মৌলিক প্ৰয়োজনবোৰ কি? 

উত্তৰঃ

(৪) পূৱ ভাৰতত হোৱা বানপানী আৰু পশ্চিম ভাৰতত হোৱা বানপানাৰ পাৰ্থক্যবোৰ কি?

উত্তৰঃ 

(৫) মধ্য আৰু পশ্চিম ভাৰতত খৰাং অৱস্থাৰ আধিক্য হোৱাৰ কাৰণ কি? 

উত্তৰঃ 

৩। ১২৫ টা শব্দৰ ভিতৰত উত্তৰবোৰ দিয়া।

(১) ভাৰতৰ ভূমিস্খলন প্ৰৱণতাৰ অঞ্চলবোৰ চিনাক্ত কৰা আৰু তাক প্ৰশমিত কৰাৰ উপায় কিছুমান আগবঢ়োৱা। 

উত্তৰঃ

(২) ভেদ্যতা মানে কি? খৰাং বতৰৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক প্ৰকৃতিক দুৰ্য্যোগ প্ৰৱণতাৰ মণ্ডলক ভাগ কৰা আৰু তাক প্ৰশমিত কৰাৰ কেইটামান উপায় আগবঢ়োৱা।

উত্তৰঃ 

(৩) কেতিয়া উন্নয়নমুখী কাৰ্য্যও দুৰ্য্যোগৰ কাৰণ হ’ব পাৰে? 

উত্তৰঃ

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop