🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

মাটি | অধ্যায় ৬ | Class 11 Geography Chapter 6 Assamese Medium Question and Answer | HS 1st Year Geography Question and Answer Assamese Medium |

মাটি

অনুশীলন

১। তলত দিয়া উত্তৰবোৰৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা।

(i) তলত দিয়াবোৰৰ ভিতৰত কোন প্ৰকাৰৰ মাটি বিস্তৃত ভাবে পোৱা যায় আৰু অধিক উৎপাদনক্ষম? 

(ক) পলসুৱা মাটি 

(খ) লেটেৰাইট মাটি

(গ) ক’লা মাটি

(ঘ) হাবি মাটি

উত্তৰঃ

(ii) কোনবিধক ৰেগুৰ মাটি নামেৰেও জনা যায়

(ক) লৱনাক্ত মাটি

(খ) শুকান মাটি 

(গ) ক’লা মাটি 

(ঘ) লেটেৰাইট মাটি

উত্তৰঃ

(iii) তলৰ কোনটোৰ দ্বাৰা ভাৰতৰ মাটিৰ ওপৰৰ অংশটো নোহোৱা হয়? 

(ক) বতাহৰ খননকাৰ্য 

(খ) পানীৰ খননকাৰ্য 

(গ) অতিপাত ধুই নিয়া (leaching) 

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ

(iv) তলত উল্লেখ কৰা কোনটোৰ পানীযোগানৰ সহায়ত খেতি কৰা মাটিত লৱণতা বৃদ্ধি পায়? 

(ক) জিপচাম যোগ দিয়া 

(খ) বেছিকৈ ঘাঁহ খোৱা

(গ) অত্যাধিক পানী যোগান 

(ঘ) সাৰৰ প্ৰয়োগ

উত্তৰঃ

২। ৩০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া।

(i) মাটি কাক বোলে? 

উত্তৰঃ

(ii) মাটি গঠনৰ কাৰণে দায়ী প্ৰধান কাৰকবোৰ কি? 

উত্তৰঃ

(iii) মাটিৰ প্ৰফাইলৰ (profile) তিনিটা দিগন্ত বা মণ্ডলৰ বিষয়ে উল্লেখ কৰা

উত্তৰঃ

(iv) মাটিৰ বিনষ্টকৰণ (degradation) মানে কি? 

উত্তৰঃ

(v) খাদৰ (khadar) আৰু ভাংগৰ (bhangar) ৰ মাজ পাৰ্থক্য কি? 

উত্তৰঃ

৩। ১২৫ টা শব্দৰ ভিতৰত উত্তৰ দিয়া।

(i) ক’লা মাটি কি? ই কেনেকৈ গঠিত হয় আৰু তাৰ বৈশিষ্টবোৰ কি?  

উত্তৰঃ

(ii) মাটি সংৰক্ষণ কাক বোলে? মাটি সংৰক্ষণ কৰা কেইটামান উপায়ৰ বিষয়ে লিখা।

উত্তৰঃ

(iii) কোনো এক প্ৰকাৰৰ মাটি সাৰুৱা হয় নে নহয় কেনেকৈ জানিবা? প্ৰকৃতিক পদ্ধতিত সাৰুৱা হোৱা মাটি আৰু কৃত্ৰিমভাবে সাৰুৱা কৰা মাটিৰ মাজত থকা পাৰ্থক্যবোৰ লিখা।

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop