অংকীয়া নাট আৰু পৰিৱেশন ৰুক্মিণী হৰণ ঃ শংকৰদেৱ | Chapter 2 | BA 5th Semester Assamese Book | GU BA 5th Semester Assamese Books Question Answer Solution For Assam |


 অংকীয়া নাট আৰু পৰিৱেশন ৰুক্মিণী হৰণ ঃ শংকৰদেৱ
 

প্ৰশ্নাৱলী 

১৷ ‘ৰুক্মিণী হৰণ’ নাটৰ নাট্যকাৰ কোন? তেওঁৰ চমু পৰিচয় আগবঢ়োৱা।

উত্তৰঃ 

২৷ ৰুক্মিণী হৰণ নাটৰ আধাৰ আৰু মৌলিকতা সন্দৰ্ভত এটা চমু নিবন্ধ যুগুত কৰা।

উত্তৰঃ 

৩৷ ৰুক্মিণী হৰণ নাটৰ বিষয়বস্তু সন্দৰ্ভত চমুকৈ লিখা।

ত্তৰঃ

৪। ‘ৰুক্মিণী হৰণ’ নাটত অংকীয়া নাটৰ বৈশিষ্ট্য কিদৰে প্ৰতিফলিত হৈছে।  ব্যাখ্যা কৰা।

উত্তৰঃ 

৫। ‘ৰুক্মিণী হৰণ’ নাটত চিত্ৰিত নাৰী চৰিত্ৰ ‘ৰুক্মিণী’য়ে নাট্য প্ৰৱাহক কিদৰে গতি দিছে, ব্যাখ্যা কৰা।

উত্তৰঃ  

৬। ৰুক্মিণী হৰণ নাট সৃষ্টিত শংকৰদেৱৰ মৌলিক প্রতিভা কিদৰে উজলি উঠিছে লিখা।

উত্তৰঃ 

৭। ভীষ্মক আৰু ৰুক্মবীৰ চৰিত্ৰ দুটাৰ মাজেৰে কেনে ভাৱধাৰা প্ৰকাশ পাইছে?

উত্তৰঃ  

৮৷ ৰুক্মিণী হৰণ নাটত নাট্যৰস কিদৰে বিচ্ছুৰিত হৈছে বহলাই লিখা।

উত্তৰঃ 

৯। কি অৰ্থত ৰুক্মবীৰ, শিশুপাল আদি চৰিত্ৰক কৃষ্ণ বিদ্বেষী চৰিত্ৰ বুলিব পাৰি?

উত্তৰঃ  

১০। ৰুক্মিণী হৰণ নাটত থকা চৰিত্ৰ হৰিদাস ভাট, সুৰভি ভাট আৰু বেদনিধিৰ চিত্ৰণত কিদৰে মৌলিকতাৰ পৰিচয় দিছে?

উত্তৰঃ  

১১। শংকদেৱৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰত ৰুক্মিণী হৰণ নাট কিদৰে সহায়ক হ’ব পাৰে ব্যাখ্যা কৰা।

উত্তৰঃ  

১২। অংকীয়া নাটৰ কলা-কৌশল ‘ৰুক্মিণী হৰণ’ত ৰক্ষিত হৈছেনে? উত্তৰ সাপেক্ষে যুক্তি দিয়া।

উত্তৰঃ 

 ১৩। ‘ৰুক্মিণী হৰণ’ৰ চৰিত্ৰ চিত্ৰণ সম্পৰ্কে এটা নাতিদীর্ঘ প্ৰবন্ধ যুগুত কৰা।

উত্তৰঃ 

১৪। ‘ৰুক্মিণী হৰণ’ৰ কাহিনীৰ বিকাশত বেদনিধি চৰিত্ৰটোৱে কিদৰে সহায় কৰিছে?

উত্তৰঃ  

১৫। অসমীয়া সমাজ জীৱনৰ চিত্ৰ ৰুক্মিণী হৰণ’ নাটত কিদৰে প্ৰতিফলিত হৈছে?

উত্তৰঃ  

১৬। ৰুক্মিণী হৰণ নাটৰ সামাজিক প্ৰাসংগিকতা আছেনে? উত্তৰ সাপেক্ষ যুক্তি দিয়া।

উত্তৰঃ  

১৭। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :  

(ক) আঃ আমাৰ ভগিনী ৰুক্মিণীক, কাহাক সকতি কৃষ্ণক বিবাহ দেৱৰ? সে যাদৱ অনাচাৰ, গোবধ, স্ত্রীবধ, মাতুল বধ, কত পাপ কঢ়ল থিক। সে হামাৰ সম্বন্ধক যোগ্য হয় নাহি।

উত্তৰঃ

(খ) ঐয়ে পাপী শিশুপাল, তোহো  হামাক বিবাহ কৰিতে  

আৱল, হা হা যৈচে সিংহক ভার্যাক শৃগাল অভিলাস কয় থিক।

উত্তৰঃ  

(গ) তপক মহিমায়ে আকাশক চন্দ্ৰ আনি দিতে পাৰি, হায়ু দ্বাৰকা এই চললো, যে বাত ঠিক তা কহ।

উত্তৰঃ  

১৮। অংকীয়া নাটৰ পৰিৱেশন শৈলী সন্দৰ্ভত এটি চমু আলোচনা যুগুত কৰা।

উত্তৰঃ  

১৯। চমুটোকা লিখা :  

(ক) ভাওনাৰ নৃত্য

উত্তৰঃ  

(খ) ভাওনাৰ সাজ-পোছাক

উত্তৰঃ  

(গ) ভাওনাৰ মুখা

উত্তৰঃ

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping