🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

বিমানমণ্ডল | অধ্যায় ৫ | (Legislature) | HS 1st Year Chapter 5 Question and Answer Assam | Class 11 Political Science Solution | Class 11 Political Science Lesson 5 Important Question and Answer | HS 1st year Political Science Chapter 5 Shorts Important Question and Answer Notes and Suggestion |

অধ্যায় ৫

বিধানমণ্ডল

(Legislature)

অনুশীলনী

১. আলোকে ভাবে যে এখন ৰাষ্ট্ৰত জনসাধাৰণৰ কল্যাণৰ বাবে চিন্তা কৰা সুদক্ষ চৰকাৰ এখনৰ প্ৰয়োজন। সেইবাবে, আমি যদি প্রধানমন্ত্রী আৰু মন্ত্ৰীসকলক নির্বাচন কৰি চৰকাৰৰ কাম তেওঁলোকৰ হাতত অৰ্পণ কৰো, তেতিয়াহ’লে আমাক বিধানমগুলর প্রয়োজন নহ’ব। এই বিষয়ত তুমি একমত নে? তোমাৰ উত্তৰৰ বাবে যু ক্তি দাৰ্শোৱা।

উত্তৰঃ

২. এটা শ্ৰেণীত দ্বিসদনীয় ব্যৱস্থাৰ গুণাগুণ সম্পর্কে বিতর্ক চলি আছিল। আলোচনাত তলত উল্লেখ কৰা যুক্তিবোৰ আগবঢ়োৱা হৈছিল। যুক্তিবোৰ পঢ়ি চোৱা আৰু সেইবোৰৰ লগত তুমি সহমত হয়নে নহয়, কাৰণ দৰ্শোৱা।

* নেহাই কৈছিল যে দ্বিসনীয় বিধানমণ্ডলে কোনো উদ্দেশ্য সাধন নকৰে। 

উত্তৰঃ

* শামাই যুক্তি দৰ্শাইছিল যে দ্বিতীয় সদনলৈ বিশেষজ্ঞ মনোনীত হোৱা উচিত ।

উত্তৰঃ

* ত্রিদিবে কৈছিল যে ৰাষ্ট্ৰ এখন যুক্তৰাষ্ট্ৰীয় প্ৰকৃতিৰ নহ’লৈ, দ্বিতীয় সদনৰ প্ৰয়োজন নাই।

উত্তৰঃ

৩. কাৰ্যপালিকাক ৰাজ্যসভাতকৈ লোকসভাই কিয় বেছি ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰে ?

উত্তৰঃ

৪. কাৰ্য্যপালিকাক নিয়ন্ত্ৰণ কৰাতকৈও, লোকসভা প্ৰকৃততে জনসাধাৰণৰ আৱেগ আৰু আশা আকাংক্ষা প্রতিফলিত কৰা মঞ্চহে। তুমি এই কথাষাৰ মানি লোৱানে? কাৰণ দৰ্শোৱা ।

উত্তৰঃ

৫. সংসদক অধিক কাৰ্য্যকৰী কৰিবলৈ কেইটামান প্ৰস্তাৱ আগবঢ়োৱা হৈছে। তোমাৰ মতামত প্ৰত্যেকটোৰে ক্ষেত্ৰত কাৰণ সহ উল্লেখ কৰা। এই পৰামৰ্শবোৰ গৃহীত হ’লে কি লাভ হ’ব?

* সংসদে দীঘলীয়া সময়ৰ বাবে কাম কৰা উচিত।

উত্তৰঃ

* সংসদৰ সদস্যসকলৰ উপস্থিতি বাধ্যতামূলক কৰিব লাগে ।

উত্তৰঃ

* সদনৰ কাম-কাজত বাধা প্ৰদান কৰিলে সদস্যসকলক শাস্তি দিব পৰা ক্ষমতা অধ্যক্ষৰ থকা উচিত ।

উত্তৰঃ

৬. আৰিফে জানিব বিচাৰিছিল যে যদি মন্ত্ৰীসকলে বেছিভাগ গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰে আৰু যদি সংখ্যাগৰিষ্ঠ সদস্যই প্ৰায়ে চৰকাৰী বিধেয়কত অনুমোদন জনায়, তেতিয়াহ’লে আইন প্রণয়ন প্ৰক্ৰিয়াত সংসদৰ ভূমিকা কি? তুমি তেওঁক কি উত্তৰ দিবা? 

উত্তৰঃ

৭. তলত উল্লেখ কৰা কোনটো বিবৃতিক তুমি আটাইতকৈ বেছি সমর্থন জনাবা? কাৰণ দর্শেরা ।

* বিধানমণ্ডলৰ সদস্যসকলে তেওঁলোকৰ ইচ্ছা অনুসৰি যিকোনো দলত যোগদান কৰিব পাৰিব লাগে। 

উত্তৰঃ

দলত্যাগ বিৰোধী আইনে দলীয় নেতাসকলক বিধানগুলৰ সদস্যসকলক নিয়ন্ত্রণ কৰাত সহায় কৰিছে ।

উত্তৰঃ

* দলত্যাগ সদায় স্বাৰ্থপৰ উদ্দেশ্য সাধনৰ কাৰণেহে হয় আৰু সেইবাবে যিসকল বিধানমণ্ডলৰ সদস্যই আন দলত যোগদান কৰিব বিচাৰে তেওঁলোকক পিছৰ দুবছৰলৈ মন্ত্ৰী হোৱাৰ বাবে অৰ্হতাহীন কৰিব লাগে ।

উত্তৰঃ

৮. ডলি আৰু সুধাই অলপতে সংসদৰ দক্ষতা আৰু কাৰ্য্যকাৰিতা সম্পর্কে আলোচনা কৰি আছিল। ডলিয়ে বিশ্বাস কৰে যে বিতৰ্ক আৰু আলোচনাত কম সময় খৰছ আৰু সদনৰ কাম কাজত বিভিন্ন বাধা, সদন ত্যাগ আদিয়ে সংসদৰ অৱনতি স্পষ্ট কৰে। সুধাৰ মতে, লোকসভাৰ মজিয়াত বিভিন্ন চৰকাৰৰ পতনে ইয়াৰ সক্ৰিয়তাক সূচায়। ডলি আৰু সুধাৰ মতত সমৰ্থন বা বিৰোধিতা কৰিবলৈ তুমি আন কি যুক্তি আগবঢ়াবা?

উত্তৰঃ

৯. এখন বিধেয়ক আইনত পৰিণত হোৱাৰ বিভিন্ন স্তৰসমূহ শুদ্ধ আৰু শৃংখলাবদ্ধ ভাৱে সজোৱাঃ

* বিধেয়ক এখন আলোচনাৰ বাবে গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

উত্তৰঃ

* বিধেয়কখন ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিওৱা হৈছে-তেওঁ যদি স্বাক্ষৰ নকৰে কি হ’ব লিখা।

উত্তৰঃ

* বিধেয়কখন আনখন সদনলৈ পঠিওৱা হয় আৰু গৃহীত হয়।

উত্তৰঃ

* বিধেয়কখনত দফাবোৰ (Clause) এটা এটাকৈ পাঠ কৰি ভোট গ্ৰহণৰ বাবে দিয়া হয়।

উত্তৰঃ

* বিধেয়কখন উপ-কমিটিলৈ পঠিওৱা হ’য় কমিটিয়ে কিছু সংশোধন কৰি সদনত আলোচনাৰ বাবে পঠিয়ায়।

উত্তৰঃ

* বিভাগীয় মন্ত্রীয়ে বিধেয়ক খনৰ প্ৰয়োজনীয়তাৰ বিষয়ে প্ৰস্তাৱ-উত্থাপন কৰিলে।

উত্তৰঃ

* আইন মন্ত্রণালয়ৰ আইন প্রণয়ন বিভাগে বিধেয়কৰ খচৰা প্ৰস্তুত কৰে।

উত্তৰঃ

* বিধেয়কখন যিখন সদনত প্ৰস্তাৱ কৰা হৈছিল তাত অনুমোদন জনোৱা হয়।

উত্তৰঃ

১০. সংসদীয় কমিটি ব্যৱস্থাই সংসদৰ আইন প্রণয়নৰ তত্বাৱধান আৰু মূল্য নিৰ্দ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলাইছে ?

উত্তৰঃ

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop